# এনেকৈ মানুহ হেৰাই যায়।


সি:-ঐ ঐ maths clear হ'ল..👀
তাই:-ৰহ ৰে মোৰ মাত্ৰ তিনিটা subject হৈছে।।বাকী English, maths , science পাছত কৰিম লম দে।।
সি:- ভালকৈ পাছ কৰিলেহে নগাঁও যাব পাৰিম মনত থ কিন্ত।।
তাই:-ৰহ অঃ মোৰ ভাগৰ লাগে ।।গা ভাল নাই মোৰ অলপ।।
সি:-মই এইবোৰ নাজানো অলপ পঢ়াত মন দে প্লিজ।।
তাই:-উম হ'ব..।।
এনেকৈ দুয়ো ভালকৈ পৰীক্ষালৈ পঢ়ি পৰীক্ষাত বহিল।।আৰু ৰিজাল্টৰ সময় আহিল.....😌
সি:-ঐ ৰিজাল্ট ক মোক??
তাই:-জানই দেখোন।।
সি:-মই নাজানো নহয় নিজৰটো চাই আহিছো।।
তাই:-উম মই 2nd আৰু তই??
সি:-কি ??কি মানে কিয় এনেকুৱা অলপ পঢ়াত মন দে ভালকৈ পঢ়িব কৈ কৈ কাম নিদিলে।।থাক তই ইয়াতে মই নগাঁও যামগৈ।।তোক বুজাই নোৱাৰিলো মই।।

তাই:-ঐ শুন না মোৰ গা সঁচাকৈ ভাল নাই।।দেউতাক সুধিবি কৈ দিব।।তোৰ ৰিজাল্ট ক??

সি:-বাদ দে মোৰ শুনিব মন নাই।।পঢ়াত মন নাই যদি দেউতাৰ পইচা এনেই বৰবাদ নকৰিবি।।বিয়া হৈ গুচি যাবি ।।মই এনেই ইমান দিনে লাগি আছো তোৰ লগত।।আৰু মই নোৱাৰিম বেয়া নাপাবি।।আৰু মই 96.3% পালো আৰু ৰামানুজনত মই পঢ়িব যাম।।থাক gd by।।

তাই:-শুন না অলপ তই যা কিন্ত সম্পৰ্কটি কিয় এৰি দিছ।।মই বহুত চেষ্টা কৰিলো নোৱাৰিলো বেমাৰত কিয় বুজিব নাই বিচৰা।।

সি:-প্লিজ stop it ....By
তাই:-শুন লগ কৰ মই কম কি হৈছে।।
সি:-ব্লক।।
তাই অহৰহ যুঁজি থাকিল তাক contact কৰিবলৈ কিন্ত সি এবাৰো তাই লগত কথা নাপাতিলে।।তাই নগাঁও গৈছিল তথাপিও সি চিনি নাপাওঁ বুলি সকলোৰে ওচৰত অপমান কৰিলে।।তাই উভতিল ঘৰলৈ আৰু বহুত কান্দিলে।।একমাত্ৰ দেউতাক আৰু মাকে তাইক বুজিছিল।।তাইও নিজৰ নাম ঘৰৰ ওচৰতে লগাই কলেজ যাবলৈ ধৰিলে।।কলেজৰ প্ৰথম দিন.....👇
তাই:-মা জলদি বটল দিয়া যাওঁ।।
মা:-ৰহ মাজনী আজি আহোতে আম অলপ লৈ আহিবি।।
তাই:-উম।।

উভতি আহোতে তাই আম কিনিব সোমাল দোকানত।।আৰু হঠাৎতে মূৰ ঘূৰাই পৰিল ।।সকলোৱে লগালগ তাইক হস্পিতাল লৈ গ'ল।।আৰু কিছু সময়ৰ পাছতে ঘৰলৈ খৱৰ আহি যে তাই আৰু জীয়াই থকা নাই।।ঘৰৰ মানুহে একোৱে বুজিব নোৱাৰিলে।। মাথোঁ খৱৰ পাই হস্পিতাল গ'ল।।গৈ দেখে সঁচাকৈ তাই নাই।।কিয় কি ডাক্তৰক সোধোতে গ'ম পালে তাইৰ কেঞ্চাৰ আছিল।।আৰু কথাটো তাই সকলোৰে পৰা লুকাইছিল।।মাথোঁ পেট বিষ বুলি সামৰি থৈছিল।।ঘৰৰ যেন সেমেকা পৰিৱেশ।।তাই শৰীৰ চোতালত পৰি আছে ।।সকলোৱে আহি চাই যোৱা পাছতে তাইক জ্বলাই দিয়া হ'ল।।কিছুদিন পাছত এজন অচিনাকি ল'ৰাই তেওঁলোকৰ ঘৰত আহিল।।আৰু ক'বলৈ ধৰিলে ঘৰত কোনোবা আছেনে......?
মা:-কোন বাৰু আছো??
সি:-মই অনিন্দিতাৰ ফ্রেণ্ড।।
মা:-অঃ মাজনীৰ ফ্রেণ্ড।।
সি:-উম হয় তাই আছে নে??
মা:-তাই নাই নহয়।।
সি:-অঃ মই ৰৈ আছো দিয়ক ।।আহক তাই মই লগ কৰি যাম।।
মা:-ভিতৰলৈ আহা আকৌ।।
সি:-অঃ অঃ।।
মা:-তাই নাই তাই আমাক এৰি যোৱা প্ৰায় দুমাহ হৈছে।।
সি:-মামা ঘৰলৈ গৈছে নি??মই ফোন কৰিলেও নাই ধৰা।।
মা:-উম মামা ঘৰ গৈছে।।কেতিয়াও উভতি নহাকৈ।।
সি:-হেহে আহিব দিয়ক।।তাই নাই যদি যাওঁ দিয়ক মই।।
মা:-শুনা তুমি ভুল বুজিছা।।
সি:-কিয়??
মা:-তাই ঢুকাল নহয় কেঞ্চাৰ বেমাৰত।।কথাটো তাই আমাৰ পৰাও লুকাইছিল।।বৰ নিষ্ঠুৰ তাই এৰি গুচি গ'ল...😑
সি:-(অঁকৰা হৈ পৰিল)একো ক'ব নোৱাৰা হ'ল।।
মা:-নাকান্দিবা মই চাহ অলপ কৰি আনো।।
সি:-নাই মই যাওঁ পাছত আহিম।।
মা:-আহিবা মাজে মাজে ঘৰখন খালি হৈ গৈছে।।
সি:-হব মা।।

আৰু ওলাই আহিয়ে সি ৰাস্তাতে কান্দি পৰিল।।বাগৰি মাথোঁ আকাশলৈ চাই তাইক মাতিব ধৰিলে।।প্লিজ ঘূৰি আহ প্লিজ মই ভুল কৰিলো।।খঙতে এৰিছিলো অঃ প্লিজ আহ না প্লিজ।।ঐ মই গালি নাপাৰো কম নম্বৰ পালে।।তই পঢ়িব নালাগে দে মাত্ৰ মোৰ সাহস হৈ থাকিবলৈ প্লিজ আহ।।মই এইবাৰ ভুল নকৰো প্লিজ ঘূৰি আহ......😪🙌