Life Quotes in Assamese | Life Status in Assamese | Life Thoughts in Assamese
ফেচবুকৰ প্ৰেমো সফল হয় 🙂যদ এজনে আনজনক সমানে ভাল পায়।❣️🌿
Read More:
জীৱনলৈ ধুমুহা অহাটো খুবেই প্ৰয়োজন
তেতিয়া হে বুজা যায় কোনে খামুচি ধৰিব
আৰু কোনে এৰি দিব।🌿❣️
যেনেকৈ সকলো ল'ৰাই ছোৱালীৰ শৰীৰ নাচায়
ঠিক তেনেকৈ সকলো ছোৱালীয়ে টকা পইচা বা
KTM DSLR নিবিচাৰে।🙂❣️
দিনৰ পোহৰত নহয়।
ৰাতিৰ আন্ধাৰত ছোৱালীক সন্মান কৰিব
পৰা জন হে প্ৰকৃত পুৰুষ।🌿❣️
সেইজন প্ৰেমিক বা প্ৰেমিকাই বেছিকৈ কান্দে
যিয়ে দহজনক নহয়, এজনকে সচাঁ অন্তৰেৰে
ভাল পায়।❣️🙂
তুমি যিমানেই দামী বস্তু নিকিনা কিয়
নিজৰ জীৱনটোৰ সমান একো দামী
হ'ব নোৱাৰে।❣️🌿
Social media ত লগ পোৱা
কিছুমান মানুহ চিনাকি মানুহতকৈ বেছি
বিশ্বাসী হয়।🌿❣️
কাপোৰ খুলিটো বহুতেই প্ৰেম কৰে
কিন্তু, যিয়ে মন খুলি প্ৰেম কৰে তেওঁ
হে প্ৰকৃত প্ৰেমিক।❣️
ভালপোৱা সচাঁ হ'লে;
কাজিয়া যিমানেই নহওঁক কিয়,
এজনে আনজনৰ লগ কেতিয়াও এৰি
নিদিয়ে।❣️🌿
কিছুমান মানুহ কপালত
নাথাকিলেও,
হৃদয়ত চিৰজীৱন ৰৈ যায় স্মৃতি হৈ ❤️
😌🙂
Facebook ত লগ পোৱা
কিছুমান মানুহ কেতিয়াবা বহুত
আপোন হৈ পৰে।❣️
প্ৰতিজন Memer ৰ
অতীত খুচৰিলে এজাক আধৰুৱা সপোন
বিচাৰি পাবা।❣️🌿
ভালপোৱা যদি সচাঁ হয় ই
কেতিয়াও সলনি নহয়
না সময়ৰ লগত না পৰিস্থিতিৰ লগত।
❣️🥀
সম্পৰ্ক বোৰত সন্দেহ আৰু অভিমান
তেওঁ হে কৰে
যিয়ে তোমাক হেৰুৱাব নিবিচাৰে।
❣️🥀
Special মানুহৰ মেচেজ “Oii” ৰে আৰম্ভ হয়🥀
Hii ৰে নহয়।❣️
এগৰাকী নাৰীক দিবলৈ
পৃথিৱীত সকলোতকৈ ধুনীয়া উপহাৰ টো হ'ল
সন্মান।❣️
প্ৰত্যেক জন ল'ৰা নিজৰ মাʼকৰ বাবে
ৰাজকুমাৰ।❣️
আত্ম সন্মানতকৈ
প্ৰেম ভালপোৱা কেতিয়াও ডাঙৰ
হ'ব নোৱাৰে।🙂❣️
Yes or No.
দেউতাৰ অবিহনে সমাজ খন আধৰুৱা আৰু
মাʼৰ অবিহনে ঘৰখন।❣️
প্ৰায় মানুহৰ মোবাইলত এনেকুৱা এজন মানুহ থাকে
যাক পাবলৈ ও ভাগ্যত নাথাকে
আৰু পাহৰি যাবলৈ ও শক্তি নাথাকে।❣️
Yes or No.
কাপোৰ খুলি শৰীৰ স্পৰ্শ কৰা জন নহয়
চকুৰ ফালে চাই মন স্পৰ্শ কৰিব পৰা জন
হে প্ৰকৃত প্ৰেমিক।🙂🥀
কান্দে সেইজনে
যিয়ে সম্পৰ্ক এটা অন্তৰৰ পৰা অনুভৱ কৰে
লাগিলে সেইয়া বন্ধুত্বই হওঁক বা ভালপোৱা।❣️
কৃষ্ণৰ বাঁহী
মাʼৰ মুখৰ হাঁহি
Uff পাগল হৈ যাওঁ মই
🙈❤️😘
সকলো ছোৱালীয়ে প্ৰিয়জনৰ পৰা দামী গীফ্ট বা
KTM DSLR নিবিচাৰে
কিছুমান ছোৱালীয়ে অলপ সময়, সন্মান আৰু অলপমান
গুৰুত্ব বিচাৰে।🙂❤️
কিছুমানে কয় খেতি কৰিলে মানুহ গঞা হয়।
কিন্তু খেতি কৰিলে মানুহ আত্মনিৰ্ভৰশীল হে হয়।
প্ৰতিটো প্ৰিয় গানৰ আঁৰত এজন বিশেষ
ব্যক্তি থাকে।🙂🥀
Yes or No.
এজনী ছোৱালীয়ে মৃত্যুৰ সৈতে যুঁজ
কৰি আপোনাক দেউতাক হোৱাৰ আনন্দ দিয়ে।
#চেলুট নাৰী।
সেইজন কোন যিজনৰ মেচেজ কৰিবলৈ
কোনো এজন নাই
তথাপিও কিন্তু সকলো সময়তে অনলাইন থাকে।
😐❣️
সঠিক মানুহ পালে🤗
কেৱল প্ৰথম ভালপোৱাই কিয়, গোটেই
অতীতটোৱেই পাহৰা যায়।❣️✨
Social media ত চিনাকি হোৱা কিছুমান
অচিনাকী মানুহ কেতিয়াবা বহুত আপোন
হৈ পৰে।😊❣️
Meme Share কৰা ল'ৰা ছোৱালী বোৰ
কেতিয়াও চেনি নহয়
কাৰণ সিহঁত অনলাইনত থকা সময় কন
Notification চাবলৈ হয় হে
যিমান অচিনাকী এজন আমাৰ আপোন হ'ব পাৰে
কেতিয়াবা নিজৰ বোৰেই সিমান আপোন
হ'ব নোৱাৰে।🙂❣️
এগৰাকী ধৰ্ষিতাক কেতিয়াও কোনেও বিয়া পাতিব নিবিচাৰে
কিন্তু আনৰ পত্নীক লৈ পলাই বিয়া পাতিব পাৰে..
(হয়, এয়াই আমাৰ বা** সমাজ❣️🥀
ভালপোৱা যদি সচাঁ হয়
ই কেতিয়াও সলনি নহয়
-না সময়ৰ লগত না পৰিস্থিতিৰ লগত🙂❣️
ফেচবুকৰ বন্ধুত্ব প্ৰথম অচিনাকী থাকে
তাৰ পিছত ইজনে সিজনৰ Memeত
ৰিয়েক্ট দি আপোন হৈ যায়।
সকলো ছোৱালীয়ে চাকৰি কৰা ল'ৰা নিবিচাৰে
প্ৰায় ছোৱালীয়ে তেওঁৰ জীৱন সংগীৰ পৰা নিৰাপত্তা
আৰু সচাঁ ভালপোৱা বিচাৰে।❣️🙂
Facebook জৰিয়তে চিনাকি হোৱা কিছুমান মানুহ
আপোন মানুহতকৈ বহুগুণে বিশ্বাসী হয়।❣️
ৰাতিটো সেই আগৰ দৰে আহিলেও...
কিন্তু টোপনিটো সেই আগৰ দৰে নাহে❣️ 😔
এজনী নাৰী নিজৰ ভৰিত নিজে থিয় হোৱাটো
খুবেই প্ৰয়োজন
সেয়া টকাৰ বাবে নহয় নিজৰ পৰিচয় তথা আত্মসন্মানৰ বাবে।
শৰীৰ দেখুৱাই হাজাৰ হাজাৰ Like পাব পাৰি ভন্টি? কিন্তু আত্মসন্মান নহয়।❣️
পিতৃ দিৱস সেইদিনাৰ পৰা সফল হ'ব
যিদিনাৰ পৰা কোনো মা দেউতাৰ শেষ
ঠিকনা বৃদ্ধাশ্ৰম নহয়।❣️
অলপ পলমকৈয়ে আহক লাগিলে কোনো কথা নাই
কিন্তু সঠিক এজন অহাটো বিচাৰোঁ।🍁❣️
সৰু সৰু কথাতে সেইজনকহে খং অভিমান
কৰা হয় 🥀
যাক নিজতকৈ বেছি ভালপোৱা যায়।😔❣️
আমাৰ ক্ষিণ বোৰৰ বেলেগ চিন্তা নাই
মাত্ৰ অকমান শকত হ'লে সুখী🥀
কাৰোবাৰ প্ৰথম প্ৰেম হোৱাতকৈ,
শেষ প্ৰেম হোৱাটো বেছি সৌভাগ্যৰ..❣️🍁
আমি হʼলো Memes lover
Massage ত কৈ বেছি Notification আহে আমাৰ।😌❣️
প্ৰিয়জন যদি সঠিক হয়
Ex কি গোটেই অতীতক পাহৰি যাব পাৰি।❣️🍁
দেউতাকৰ শূণ্য পকেট দেখি তাইৰ সৰু সৰু সপোন বোৰ
ত্যাগ কৰা ছোৱালীজনী কাৰোবাৰ KTM DSLR
দেখি কেতিয়াও প্ৰেমত নপৰে।❣️🥀
ছোৱালী সকলে হে পাৰে
অজান অচিন ঘৰ এখনত গৈ সেই ঘৰখনক
নিজৰ স্বৰ্গ কৰি তুলিব।❣️🍁
প্ৰেমত সেইজনে কান্দে
যিয়ে দহজনক নহয় , এজনকে সচাঁ অন্তৰেৰে
ভাল পায়।❣️🥀
দেউতাকৰ প্ৰতি ভালপোৱাটো
‘কেৱল Father's day’ তেই নহয়
Others Day' তো থাকিব লাগে।
❣️🥀
প্ৰেমিকাৰ বিয়াৰ বয়সৰ আগত
যদি তুমি সংস্থাপনত
সফল হৈছা তেতিয়া হ'লে তোমাৰ
প্ৰেম সফল।❣️🍁
কেৱল ল'ৰাবোৰেই কিয়?
এটা চাকৰি প্ৰাপ্ত ছোৱালীয়েও
এজন বেকাৰ ল'ৰাৰ দায়িত্ব লওঁক..❣️
কৰʼনা থাকক বা নাথাকক -
কিছুমান বিষাক্ত মানুহৰ
লগত সামাজিক দূৰত্ব বজাই ৰখাটো ভাল!
কাৰোবাৰ গেলাৰীত থকাটো স্বাভাৱিক☺️
কিন্তু কাৰোবাৰ প্ৰাৰ্থনাত থকাটো ভাগ্যৰ কথা🌸
কেৱল ভাল পালেই নহয়,
তেওঁক সকলোৰে সন্মুখত গ্ৰহণ কৰাৰ ক্ষমতাও ৰাখিব লাগে..❣️🌸
মানুহে কয় যে ছোৱালীৰ কোনো ঘৰ নাথাকে,
কিন্তু সচাঁ কথাটো এইটো যে ছোৱালীৰ অবিহনে
কোনো এখন ঘৰ সম্পূৰ্ণ নহয়।❣️
জন্ম দিয়া মা দেউতাকক এৰি থৈ আন এখন ঘৰলৈ যোৱাৰ বেদনা কেৱল ছোৱালী বোৰে হে বুজি পায়।
জীৱন সংগী হিচাপে সেইজনক কৰক
যিয়ে তোমাক পাই আন কাকোকেই
পছন্দ নকৰে।❣️🌸
প্ৰায় মানুহৰ ম'বাইলত এনেকুৱা এটা নম্বৰ থাকে
যিটো Delete কৰিবলৈ মন নাযায়
আৰু যিটোত ফোন কৰাৰো অধিকাৰ হেৰাই যায়।❣️🌸
প্ৰায় মানুহৰ ম'বাইলত এনেকুৱা এটা নম্বৰ থাকে
যিটো Delete কৰিবলৈ মন নাযায়
আৰু যিটোত ফোন কৰাৰো অধিকাৰ হেৰাই যায়।❣️🌸
কেতিয়াবা কেতিয়াবা এটি গানেই
বাৰবাৰ শুনো..
কাৰণ সেই গানটোৰ শব্দবোৰ মোৰ পৰিস্থিতিৰ
লগত সম্পূৰ্ণ মিলি যায়।🌸❣️
Single সকলৰ বাবেটো Meme বোৰেই
বৰ প্ৰিয় হৈ পৰে।🌸❣️
এটা ভুলৰ বাবে আঁতৰি যোৱা জন নহয় 🙂
ভুল হ'লে শুধৰাই দিয়া জন হে প্ৰকৃত
প্ৰেমিক।🌸❣️
তুমি কথা ক'লেই কবিতাৰ সৃষ্টি হয় ....🥀
দুচকত জিলিকি ৰয় এখন প্ৰেমৰ আকাশ....✨🌼
(Tagকৰা মানুহ ৰ অভাৱ )😪
মৰম দিলে মৰম পাবা
সন্মান দিলে সন্মান পাবা
এইয়া মোৰ Attitude নহয়
স্বভাৱ।🌸❣️
মিছা কথা কৈ ভাল হোৱাতকৈ
সচাঁ কথা কৈ বেয়া হোৱাটোৱেই
ভাল।🙂🌸❣️
Social media ৰ জৰিয়তে চিনাকি
হোৱা কিছুমান মানুহ চিনাকি মানুহতকৈ
বহুগুণে বিশ্বাসী।✨
Read More:
ৰাজকন্যাৰ দৰে পোৱা
মা দেউতাৰ মৰম বোৰ এৰি আন এখন
ঘৰলৈ বিয়া হৈ যোৱাৰ বেদনা মাথোঁ
এজনী ছোৱালীৰ বাহিৰে কোনেও বুজিব
নোৱাৰে।🌸❣️
মৃত্যুলৈ মোৰ ইমান ভয় নাই
যিমান মা অবিহনে
এই পৃথিৱীখনৰ কথা ভাবিলে ভয় লাগে।
প্ৰিয় মানুহজনক
দিয়া সকলোতকৈ দামী উপহাৰটো হ'ল সময়
যিটো সকলোৱে দিব নোৱাৰে।😌🌸
মিমবোৰত সদায় ধেমালি নাথাকে
কেতিয়াবা মিমৰ মাজত লুকাই থাকে
নিজৰ অনুভূতি বোৰ।🌸💞
এনেকুৱা এজনক পছন্দ কৰা
যিয়ে তোমাৰ বাহিৰে আন কাকোকেই পছন্দ
নকৰে।🌸💞
হেৰুৱাই দিয়াৰ পাছতহে অনুভৱ হয়
কিমান মূল্যবান আছিল
সময়, মানুহ, আৰু সম্বন্ধ...💞🌸
কʼলা ছোৱালী জনীও এদিন “মা” হʼব
আৰু “মা” কেতিয়াও অসুন্দৰ
নহয়।💞🌸
প্ৰতিজন মিমাৰৰ অতীত খুচৰিলে এটা ধুনীয়া ৱাঁহ
খোৱা love story বিচাৰি পাবা।🌸😒
“মা”
কোনো চেহেৰাৰ নাম নহয়,
এইটো এটা সম্পৰ্ক, যিটো আটাইতকৈ
মধুৰ সম্পৰ্ক।💞🌸
সকলো ছোৱালীয়ে টকা পইচা নিবিচাৰে
কিছুমান ছোৱালীয়ে সময়, গুৰুত্ব আৰু ভালপোৱা বিচাৰে।🌸❤️
ছোৱালীয়ে কেৱল টকা-পইচা চাইহে বিয়া কৰে;
বুলি কোৱা ল'ৰাজনেও আজি নিজৰ ভনীৰ কাৰণে
চৰকাৰী, টকা পইচা থকা ল'ৰা বিচাৰে।
❤️🌸
জীৱনত এনেকুৱা কাৰোবাক ভাল পাবা,
যিয়ে তোমাক ভাল পাব নোৱাৰিলেও সন্মান
কৰিব!🌸💞
দুখীয়া হ'ব পাৰোঁ
সমাজত ভাল Status নাথাকিব পাৰে
কিন্তু কোনোবাই মিছাতে অপমান কৰিলে
দুখ আমাৰো লাগে।❤️🌸
লগত থকাৰ ইচ্ছা থাকিলে
সকলো ধৰণৰ পৰিস্থিতিতেই প্ৰিয় মানুহজনৰ
লগত থাকিব পৰা যায়।🌸💞
জীৱনৰ কঠিন সময়ত
যিজন কাষত থাকে
সেইজন তেজৰ সম্পৰ্কতকৈও বেছি
ওপৰত!🌸💞
দুখীয়াক সহায় কৰিছা ঠিকেই আছে কিন্তু
সহায় কৰাৰ আগত
কেমাৰাটো ঘৰত থৈ আহক!
💞🌸
বিধৱা মহিলা কেতিয়াও কুলক্ষণী নহয়
পত্নীৰ পাছত যদি স্বামীয়ে বিয়া কৰাব পাৰে,
তেন্তে বিধৱা মহিলাই কিয় নোৱাৰে।🌸💞
“ভালপোৱা” আৰু “বন্ধুত্ব” সঠিক মানুহৰ
লগত হ'লে জীৱন সলাই দিয়ে।💞🌸
জীৱনৰ প্ৰথম শিক্ষাগুৰু “মা”
জীৱনৰ প্ৰথম বন্ধু “মা”
জীৱনৰ প্ৰথম প্ৰেম “মা”
সচাঁ অৰ্থত জীৱনটোৱেই “মা”
❤️🌸🥀
নিজৰ ভাল লগাখিনি আনৰ ভাল নালাগিলেও
মোৰ ভাল লাগে।🌸💞
খং দেখুৱাই Bye
কোৱাৰ পাছতো Reply পোৱাৰ অপেক্ষা
কৰা মানেই হয়তো ভালপোৱা।🌸💞
জীৱন সংগী জন
ফেচবুকৰ Status দিবলৈ নহয়
সাহস হ'বলৈহে লাগে।🌸💞
Sex কৰাটো ভুল নহয়🥀
কিন্তু মিছা ভালপোৱাৰ অভিনয় কৰি শৰীৰ
ভুগ কৰাটোহে ভুল।🌸💞
বন্ধুত্বৰ মৰম Status ত দেখাই লাভ নাই
বিপদৰ সময়ত কাষত থিয় দিয়া জন হে
প্ৰকৃত বন্ধু।🌸💞
যিদিনা এজনী ছোৱালীৰ দেউতাক হৈ যাবা
সেইদিনাৰ পৰা ৰাস্তাৰে যোৱা ছোৱালীজনীৰ
প্ৰতি মাল নহয়
সন্মান ভাহি উথিব দুচকুত
❤️🙂
এজনী কন্যা সন্তানৰ বাবে মাতৃগৰ্ভই হৈছে
নিৰ্ভয়ী আৰু সুৰক্ষিত স্থান।❤️💞
Social media ত লগ পোৱা
কিছুমান মানুহ চিনাকি মানুহতকৈ বেছি
বিশ্বাসী হয়।💞🌸
ছোৱালী কেতিয়াও মাল নহয়
প্ৰত্যেকটো ভায়েকৰ কলিজা আৰু
দেউতাকৰ ৰাজকন্যা।🌸
এজনী ছোৱালী নিজৰ ভৰিৰ ওপৰত থিয়
হোৱাটো খুবেই প্ৰয়োজন
নহ'লে পিছত প্ৰয়োজনীয়তাখিনিৰ বাবে স্বামীৰ
ওচৰত হাত পাতিব লগীয়া হ'ব।
💞🌸
আপোন কৰি লোৱা সেইজনক
যিজনে তোমাৰ অতীত জানিও তোমাক
পাগলৰ দৰে ভাল পাই।🌸💗
Social media ত যিয়ে নাৰীক সন্মান
কৰিবা বুলি Post দিয়ে
সেইজনে আকৌ ৰাস্তাৰে যোৱা ছোৱালীক
মাল বুলি কয়।
আগতে নিজৰ মন স্থিৰ কৰ বাল
প্ৰতিজনী ছোৱালীৰ কাৰণে “পিৰিয়দৰ”
শেষ দিন মানেই স্বাধীনতা দিৱস।💕🌸
“মা”
১০ মাহ পেটত ৰাখে
৩ বছৰ বুকৰ মাজত
আৰু গোটেই জীৱন আমাৰ ভালৰ কাৰণে
প্ৰাৰ্থনা কৰে।💕🌸
৫ টকীয়া সেন্দুৰ ল'লে যিমান ধুনীয়া লাগে,
সেয়া হাজাৰ টকীয়া মেকআপ ল'লেও নালাগে।💕🌸
সময় সলনি হৈছে, মানুহ সলনি হৈছে
কিন্তু “মা” সলনি হোৱা নাই।💕🌸
আপোনজন আঁতৰত থকা কষ্ট
সেইজনে হে ভালকৈ বুজিব
যি ভুক্তভোগী।🌸
Read More:
সময় সকলোৰে একে নাথাকে
আজি তুমি কাৰোবাক কন্দুৱাইছা
তেনে কাইলৈ তুমি কান্দিবা।
❤️🌸
নাজানোঁ মাৰ হাতত কি যাদু আছে
নিজে বাঢ়ি খোৱা ভাত সাঁজতকৈ
মায়ে বাঢ়ি দিয়া ভাত সাঁজৰ
সোৱাদ বেছি।💕🌸
ভুল হ'লে শুধৰাই দি লগত থকাজনহে
সচাঁ প্ৰেমিক বা, প্ৰেমিকা আঁতৰি যোৱাজন
নহয়।🌸💕
মধ্যবিত্ত ঘৰৰ জীৱন সংগ্ৰাম কৰা
বাস্তৱবাদী ছোৱালী এজনীক
তুমি KTM DSLR দেখুৱাই কেতিয়াও
পতাব নোৱাৰা।🌸💕
Facebookভাল পোষ্ট দিলেই ভাল
মানুহ হ'ব নোৱাৰি,
ভাল মানুহ হ'বলৈ ভাল মন
থকা দৰকাৰ।💕🌸
আত্মসন্মানতকৈ প্ৰেম ভালপোৱা কেতিয়াও
ডাঙৰ হ'ব নোৱাৰে।💕🌸
পুত্ৰৰ লগত বোৱাৰী সুখত থাকিলে
মাক জ্বলে
কিন্তু জীয়েক যদি জোঁৱাইৰ লগত
সুখত থাকে তেতিয়া মাক সুখী!💗🌸
সম্পৰ্কবোৰ অন্তৰৰ পৰা হ'ব লাগে
তেতিয়া পৰিস্থিতি যিয়েই নহওঁক কিয়
সম্পৰ্কটো কেতিয়াও নাভাঙে।
💗🌸
নাভি পেট উলিয়াই ফটো দিয়া ছোৱালী
নহয়,চাদৰ মেখেলা পিন্ধি নিজৰ সন্মান
ঢাকি ৰখা ছোৱালীকহে ভাল লাগে মোৰ।🌸💕
যিয়ে কন্দুৱাই মৰম কৰে তেওঁ
হ'ল দেউতা
আৰু যিয়ে কন্দুৱাই নিজে কান্দে তেওঁ
হ'ল মা”।💗
অকালতে বিধৱা হোৱা প্ৰত্যেক গৰাকী
নাৰীৰ জীৱন সংগী বিছাৰি লোৱাৰ
অধিকাৰ আছে নে নাই ?💗🌸
ধুনীয়া হ'লে ধুনীয়া নালাগিবও পাৰে,
সুন্দৰতাক সুন্দৰকৈ ৰাখিব পাৰিলে হে
চকুত পৰে।🌸💗
মাজ নিশা + কাণত হেডফোন
+ প্ৰিয় গান + full volume
= Best feeling.💗🌸
“মই নথকাৰ কবিতা”
সচাঁকৈ নাজানো মোৰ
জীউটী আৰু কিমান
দিনৰ আলহী এই পৃথিৱীত....
কেনেকৈ থাকিবা....? যেতিয়া
মই পৃথিৱীৰ খেলাৰ লগত
হাৰি যাম.... তোমাৰ হৃদয়ত
স্মৃতি হৈ মোৰ কথাবোৰে
বাৰে বাৰে আমনি কৰিব...
তুমি মই আমি হোৱাৰ সপোন...
সপোন হৈয়ে ৰʼব....
ছাঁয়া হৈ থমকি ৰʼম তোমাৰ পদূলিত...💗🌸
জীৱনত কেনেকৈ সংগ্ৰাম কৰিব লাগে
দেউতাৰ পৰা শিকা,
আৰু সংস্কাৰ মাʼৰ পৰা শিকা,💗🌸
দেউতাৰাৰ বিনা অনুমতিত কেনেকৈ আনিম তোমাক
এদিন মইয়ো টো এজনী ছোৱালীৰ
বাপেক হ'ম।💗🌸
ভগৱান তুমিয়েই টো পৃথিৱীৰ সকলো মানুহৰে ভৱিষ্যত লিখিছা
তেনেহলে এজনী ছোৱালীৰ ভাগ্যত ধৰ্ষণ হোৱাটো নিলিখিবা চোন।🌸💗
যিজনে তোমাক সচাঁ অন্তৰৰে ভালপাই
তেওঁ তোমাক চুটী কাপোৰত নহয় সাধাৰণ কাপোৰতেই
পছন্দ কৰিব।🌸💗
Read More:
“Period” কোনো হাঁহি উঠাৰ বিষয় নহয়
এইটো প্ৰত্যেক জনী ছোৱালীৰ মাতৃত্বৰ
পৰিচয়।💗🌸
কʼলা হওঁক বা বগা হওঁক প্ৰতিগৰাকী
নাৰীয়েই একোজনী “লক্ষ্মী”💗🌸
নিজেই নিজৰ খৰচ বহন কৰি এজনী
আদৰ্শ ছোৱালী হিচাপে নিজকে প্ৰতিষ্ঠা
কৰিবলৈ বহুত ছোৱালীয়ে মনত হেঁপাহ
পুহি ৰাখে।🌸💗
কেতিয়াবা কিছুমান ভাল বন্ধু ফেচবুকটো পোৱা যায়।🌸
“ল'ৰা“
যিয়ে নেকি নিজৰ কোনো ভুল নহ'লেও
100 বাৰ Sorry কয় কেৱল সম্পৰ্ক টু
বচাই ৰাখিবৰ কাৰণে।💗🌸
সকলো ভালপোৱাই প্ৰেম নহয়,
কিছুমান ভালপোৱা বন্ধুত্বও হয়।💗
সেইজন প্ৰেমিক প্ৰেমিকায়েই বেছি কান্দে
যিয়ে দহজনক নহয় এজনকে সচাঁ অন্তৰৰে
ভাল পায়।🌸
সম্পৰ্ক Social media ত আৰম্ভ হ'লেও কিন্তু
কষ্ট বাস্তৱতে পোৱা যায়।💗🌸
এজনী ছোৱালীয়ে মৃত্যুৰ সৈতে যুঁজ
কৰি আপোনাক দেউতাক হোৱাৰ
আনন্দ দিয়ে।💗
So Respect Her
জীৱনত এনে এজন মানুহ থকাটো খুবেই প্ৰয়োজন যাক হৃদয়ৰ কথাবোৰ ক'বলৈ শব্দৰ প্ৰয়োজন নহয়...
❤️🥀
"জীৱনত কাৰো ওপৰত একো অভিযোগ নকৰিবা;
🖤
"ভাল মানুহবোৰে দিব সুখ
বেয়া মানুহবোৰে দিব অভিজ্ঞতা"
আকৌ কিছুমানে দিব জ্ঞান
আৰু আটাইতকৈ
আপোন মানুহবোৰে দিব স্মৃতি...!
🍁
আপুনি জীৱনৰ প্ৰথম উপন্যাস...
" কলমত প্ৰকাশ নোপোৱা
অনুভৱত আৱদ্ধ হোৱা..."
❤️🥀
শৰীৰ আধা অংশ উলিয়াই ফটো
দিয়া ছোৱালীজনী নহয়
চাদৰ মেখেলা পিন্ধি নিজৰ সন্মান বচাই ৰখা
ছোৱালী জনী
হে বেছি প্ৰিয় মোৰ।🌸💗
ছোৱালী জনী দেখাত কলি হ'লেও
প্ৰত্যেক জনী ছোৱালীৰ দেউতাকৰ মনত সদায়
মৰমৰ মাজনী হয়।🌸
“মা”
শব্দটোত থাকে এক ঐচ্ছৰিক শক্তি,
যিকোনো বিপদৰ সময়তে আমি মাৰ
নামেই লওঁ।🌸💗
Read More:
ঘৰখনৰ প্ৰতি কেৱল ল'ৰা নহয়
ছোৱালীৰো দায়িত্ব থাকে,
ছোৱালী সকলৰো হয়তো মন যায় ঘৰৰ
অভাৱ বোৰ পূৰণ কৰিব।💗🌸
আপোন মানুহ বোৰৰ মেচেজ “Oii” ৰে আৰম্ভ হয়
Hii ৰে নহয়।💗
খং দেখুৱাই Bye কোৱাৰ পাছতো Reply
পোৱাৰ বাবে অপেক্ষা কৰা মানেই হয়তো
ভালপোৱা।🌸💗
: কি খবৰ ! ভালে আছা ?
: উম আছোঁ ভালেই তোমাৰ ? "
___ কেতিয়াবা কেতিয়াবা ইমানখিনি কথা পাতিব পালেও বহুত বেছি সুখী হ'ব পাৰি...
❤️🥀
প্ৰেম ভালপোৱা
জীৱনত বহুবাৰ হ'ব পাৰে
কিন্তু সচাঁ ভালপোৱা জীৱনত এবাৰে হয়
যাক অন্তৰৰ পৰা কেতিয়াও
মচিব নোৱাৰি।💗🌸
সপোন বোৰ লগত আছে...
চকু মুদিব নোৱাৰাকৈ দায়িত্ব আছে...
গতিকে প্ৰেমিকা নাই বুলিয়ে Single নহয়...
সপোন আৰু জীৱনৰ সৈতে দেখোন Relationship জন্মগত....!!
❤️🥀
আপুনি মোৰ বিষাদগ্ৰস্ত চৌহদৰ পুৱাৰ ৰ'দালি☀️
আৰু...
" মই আপোনাৰ সুখৰ আধাৰত নিৰ্মিত ছবিৰ দৰ্শক মাথোঁ..."
😔🍁
অসমীয়া কোনো ধৰ্ম নহয়
অসমীয়া এটা জাতি
আমি হিন্দু, মুছলিম, খ্ৰীষ্টান,শিখ সকলো
মিলি আমি অসমীয়া।🌸💗
প্ৰিয়জনে
অভিমান কৰে, কাজিয়া কৰে,
সন্দেহ কৰে,
একমাত্ৰ হেৰুওৱাৰ ভয়ত 💗🌸
প্ৰত্যেকটো প্ৰিয় গানৰ আঁৰত এজন বিশেষ
ব্যক্তি থাকে।🌸💗
ফেচবুকৰ জৰিয়তে চিনাকি হোৱা
কেইজন মান মানুহক লগ পোৱাৰ বহুত
ইচ্ছা আছে।🌸💕
মনৰ গোপন পৃথিৱীত
গোপনে ভালপোৱা
ছোৱালীজনীক
এদিন সমাজক দেখুৱাই
কপালত তেজ ৰঙা সেন্দুৰ দিম...
❤️🥀
পুৱাই পুৱাই পাৰিজাত সদৃশ সুভাষ ভাঁহি আহি মোক জগাই তুলিলে
মৰমে চাগে আজি ভিজা চুলি ৰ'দত শুকুৱাবলৈ তাইৰ কোঠাৰ খিড়িকী মেলি বহি আছে
💙🖤
(সু প্ৰভাত 🌸)
মুখেৰে ব্যক্ত কৰা কথাতকৈ মৌনতাই ব্যক্ত কৰা কথাই মানুহক বেছি আঘাত দিয়ে...
😔🍁
সেইজনী ছোৱালী টকাৰ প্ৰেমত কেতিয়াও নপৰে
যিয়ে তাই দেউতাকৰ শূণ্য পকেট দেখি তাইৰ
সৰু সৰু সপোন ত্যাগ কৰে।
💗🌸
যিদিনাখন সমাজত বৃদ্ধাশ্ৰম
নোহোৱা হ'ব
সেইদিনাখনৰ পৰাই প্ৰকৃত “মাতৃ দিৱসৰ
প্ৰয়োজন হ'ব।💗🌸
Read More:
ঘৰখনত যিমানেই মানুহ নাথাকক কিয়
যদি মা দেউতা নাথাকে
তেন্তে ঘৰখনেই কিবা খালী খালী লাগে।💗
Yes Or No.



0 Comments