Best Assamese Memes 2021- Best Facebook Memes -- CyberiaWolf Solution




 Dear ভৱিষ্যতে হ'বলগীয়া তেওঁ❤️বহুত ছোৱালীয়ে তোমাৰ লগত চেনি খাব আৰু নিজৰ কৰিব বিছাৰিব তুমি I have a মাইকী আছে বুলি কৈ আঁতৰি দিবা😗😌






Real Friends চুতীয়া হ'ব পাৰে 😌 সচা কথা কয়
কিন্তু Social media ৰ Frnds অকল মিছা কথা হে কয়
অভিজ্ঞতাৰে কয় আছোঁ 😒😒😕 মুখা পৰা ভদ্ৰ 😼





নৱম শ্ৰেণীত ছাৰৰ পৰা পিটন খোৱা পাছত তেওঁৰ চাইকেল পাংচাৰ কৰা দায়িত্ব আজি মই ৰাইজৰ ওচৰত গ্ৰহণ কৰিছোঁ...!!




আজি মই চুইজাৰলেণ্ড ফুৰিবলৈ যাম..মাত্ৰ টোপনিটো ভালকৈ আহিবলৈ দে...!!🙄






মই সুধিলো কিমান ভাল পাও মোক...?? তাই নিজৰ চুৰ্ণী দি মোৰ বৈ থকা নাকৰ হেঙুন মচি দিলে ৰে..!!








যিসকল লৰাৰ গাৰ্লফ্ৰেণ্ড আছে সিহঁতৰ ওচৰত মোৰ এটা বিশেষ প্ৰশ্ন..কিবা পোৱা জানো ? নে এনেই ৰিচার্জ ভৰাই দিওঁতেই দিনবোৰ গৈ আছে!






ছোৱালীৰ চেহেৰা যিমানেই বান্দৰীৰ দৰে নাথাকক কিয়...সিহঁতে বয়ফ্ৰেণ্ড মোৰ নিচিনাই বিচাৰে! 😒







চাল্লা..হেডফোন লগোৱা পাছত কিয় এনেকুৱা লাগে যে গোটেই ঘৰৰ মানুহে মোক চিঞৰি চিঞৰি মাতি আছে ? 🤔







single ছোৱালীবোৰৰ ওচৰত মোৰ এটাই প্ৰশ্ন..নিজৰ attitudeৰ বাবে single নে তহঁতৰ থৌপ্ৰাটোৱেই বেয়া! 🤔










মই এনেকুৱা এজনী ছোৱালী পটাম যিজনীয়ে মোৰ ফালে লাজে লাজে চাই আধা দুপাট্টা কামুৰি কামুৰি খাই পেলাব!







চাইকেলৰ ৰিং বগী ছাগলীৰ শিং..চাল্লা যিজনীকে পটাব লওঁ সেইজনীয়ে কয় i am already booking!







ও দাদা ও বাইদেউ
Sad post দি কি প্ৰমাণ কৰিব বিচাৰে তোমাৰ ভালপোৱা লাইলা মজনু ত বেছি
Band কাৰো ভেন্ভি ৰোনা 😏






Boyfriend ক husband বুলি ভাবিচা 😒
বাঁহ তো খাবাই ন🙂😵







যোৱাৰাতি ধুমুহাত ওচৰৰ নবৌজনীৰ ব্ৰা আৰু পেন্টি উৰি আহি মোৰ বিচনাত পৰি থাকিল..এতিয়া ঘৰৰ মানুহে মোক এছাৰী লৈ সুধি আছে...ছোৱালীজনী কত ?🤔








মই যে single..তাৰ ১৫২৭৬৮ টা কাৰণৰ ভিতৰত মেইন কাৰণ এইটোৱেই যে মই নিজৰ ৰিচার্জ ভৰাবলৈও ঘৰৰ পৰা পইচা বিচাৰো!!










ৰাতি হ'লে আন্ধাৰ হয়🙂






তুমি নিজৰ লক্ষ্যত উপনীত হৈ চাকৰি পোৱাৰ পাছত ❣️😌
তোমাক বহুত ছোৱালী, বোৱাৰীয়ে পটাব চেষ্টা কৰিব তুমি নপটিবা কিন্তু 😌🌚




মোক পাবৰ বাবে যদি কোনোবাই সোমবাৰে সোমবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিলে হয়

বহুত সুখি হ'লো হয় দেই 😌





ইমান ভাল পোৱাৰ পিছতো তাই মোৰ নহল
মোৰ সৰু কিজানি🤣🤣। হৃদয় খনৰ কথা কৈছোঁ












প্ৰেমত পৰা ভয়ত 🙂 মই বহুতক মেছেজৰ ৰিপ্লাই নিদিওঁ 😌







ইমানো ভদ্র নহয় যে কেলা 🙂।
কেলা বুলিও নকম 😌।
Tq 🥱





এফালে অভাৱ অনাটনেৰে ভৰা ঘৰ
আনফালে বিশাল সপোন
এয়াই মধ্যবিত্ত ৰ সপোনৰ নাচোন।💗🌸







অলপ দেৰিকৈ হ'লেও এটা সময়ত প্ৰত্যেকজন
মানুহৰ জীৱনত এনেকুৱা এজন ব্যক্তিৰ আগমন হয়
যিয়ে খেলি মেলি হৈ থকা জীৱনটোক ভাল দিশলৈ
লৈ আনে।







হে ভগৱান..🙏🙏
মোৰ হবলগীয়া জনীৰ সোনকালে ব্ৰেকআপ কৰাই মোৰ লগত patch-up কৰাই দিয়া..! প্লিজ🙏🙏







যেতিয়া তাই কয় নিজৰ অলপ ধ্যান ৰাখিবা..তেতিয়া মনটোৱে কয় যে নিজকে চিঠিৰ খাম এটাত ভৰাই অলমাৰীত সোমাই থৈ দিওঁ!








ঐ শুন...তই যাকেই ভাল পাই যাৰ লগতেই বিবাহ-পাশত আবদ্ধ হৈ থাক আপত্তি নাই..কিন্তু বিবাহ মণ্ডপৰ পৰা উঠাই অনা দায়িত্ব মোৰ..
🤘👍😏









সকলোৱে নিজৰ নিজৰ নম্বৰ দি যোৱা, ভৱিষ্যতে যদি ফেচবুক বন্ধ হৈ যায়, তোমালোকক ফোন কৰি পোষ্ট শুনাই দিম!








কভাৰ সলনি কৰিম..মোক ভাল পোৱা সকলে ফটো দি যোৱা...পিছত নকবা যে মোৰ ফটো দিয়া নাই !!!$👍👍





মই টো এইটো বিচাৰো যে মোৰ হাতত জখম হওক আৰু কোনোবা ছোৱালীয়ে তাইৰ চুৰ্ণী ফালি মোৰ হাতত মেৰিয়াই মোক খং কৰি কওক..যদি বেছি জখম হোৱা হলে..ইছ ৰে মোৰ সপোন..!!









কিছুমান গাড়ী বাহিৰে বাহিৰে বহুত দামী যেন লাগে কিন্তু চলোৱা পাছত হে গম পোৱা যায় যে টেম্পুতকৈও ফালটু..এই পোষ্টটোত ছোৱালীৰ সৈতে একো সম্পৰ্ক নাই...!



















মাʼক ভাল পাওঁ বুলিলেই দেউতাক বেয়া পোৱা নুবুজাই
❣️দেউতা ❣️









আত্মহত্যাতকৈ ও স্মৃতি হত্যা বেছি কঠিন,
সেইকাৰণে মানুহে স্মৃতিৰ ওচৰত হাৰ মানি
আত্মহত্যা কৰে।💗








সেইজনী ছোৱালী বহুত ভাগ্যবান

যিজনীক পোৱাৰ বাবে এজন ল'ৰাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে।💗🌸






যদি কোনোবাই বাহ খোৱাৰ পোষ্ট কৰে মনে মনে 😂😂 এইটো ৰিয়েক্ক দিব ইচ্ছা কৰে
🥲🥲🥲🥲🥲🥲





পঢ়া শুনাত ভাল হ'লেই,
ভাল মানুহ হোৱা নাজায়💫🥀








FB টো FB কৰি ৰখা ,
বাল প্ৰেম ভালপোৱাৰ Club না বনাব 😏😌





ও দাদা ও বাইদেউ
Sad post দি কি প্ৰমাণ কৰিব বিচাৰে তোমাৰ ভালপোৱা লাইলা মজনু ত বেছি
Band কাৰো ভেন্ভি ৰোনা 😏






স্কুল ছুটি দিয়াৰ সময়ত নিজেই সন্মুখৰ জনক ধাক্কা দি আকৌ
নিজেই কওঁ, পিছৰ পৰা কোনোবাই ধাক্কা দিছে ৰে 😌😜






কাৰোবাৰ লগত কাজিয়া কৰাৰ আগতে সব খিনি কথা সাজি কাচি লওঁ‌ কোন সময়ত কি কম তথাপিও কাজিয়া কৰি থকা সময়ত সকলোবোৰ পাহৰি থাকো মই 🙂






Oi you yes tumiye ki kori asa 😒😒




ঘটনা ডাঙৰ হ'ল !
হৃদয়খন চুৰ কৰি
পখিলাজনী সৈ নকঢ়া হ'ল...

❤️🥀





হেৰুৱা বিশ্বাস ঘুৰি আহিব পাৰে
😌

কিন্তু লগৰকেইটাক দিয়া পইচা কেতিয়াও ঘুৰি নাহে..!!!









দেখিবলৈ দিনক দিনে ভূতৰ নিচিনা হৈ গৈছো🌚

অকণমান উৎসাহ পালে গছৰ ওপৰত উঠি চবকে ভয় খুৱাবলে চেষ্টা কৰিম🙃










সৌন্দৰ্য নিৰ্ভৰ কৰে😌

একমাত্ৰ ফোনৰ কেমেৰাৰ Quality ৰ ওপৰত 🙃






একমাত্ৰ মাংস বেপাৰীটোৰ বাহিৰে আজিলৈকে কোনেও🙃
কলিজাটো দিম নি বুলি কৈ নাপালে😌






মৰম দিলে মৰম দিম, চেনেহ দিলে চেনেহ দিম❤️

ধৌকা দিলে গোৰ মাৰি খালত পেলাই দিম😌







তুমি মাত্ৰ Hi বুলি মেছেজ দিয়া😘

ঘৰ সৰা, ভাত ৰন্ধা, কাঁহী- বাতি ধোঁৱা দায়িত্ব
মোৰ 😌







নায়িকা নিচিনা গাৰ্লফেণ্ড বিচাৰিলে 👰

Acting টো কৰিবই ন দাদা😌






Someone - তুমি কি গোটেই দিন অকল মোবাইলে
টিপি থাকা নি?

ME - নহয় ৰাতিও টিপূ 😌






দুৰ্বল নেট relation ৰ ক্ষতিকাৰক 😌
ই nibba আৰু nibbi ৰ মাজত সন্দেহৰ সৃষ্টি কৰে🙃






এক ঘণ্টাৰ যাত্ৰাত পাঁচ বাৰ বমি 🤮
আকৌ
bio ত লিখে i love traveling 🤣





যিটো বয়সত প্ৰেমত পৰি হাবাথুৰি খাব লাগে 😍
সেইটো বয়সত মাৰ গালি খাই থাকিব লগীয়া
হৈছে 😔🥺







ঘৰত কৈছিলো কুকুৰ এটা পুহিব লাগে 😑

ঘৰত কলে " তই থাকোঁতে আকৌ কুকুৰ কেইলে লাগে" 🥺









পখিলা খেদাৰ বয়সত 🤧

ঘৰৰ গৰু - ছাগলী খেদি ফুৰিছো বাল 🙃🥺







লুডু ‌এ ভালকে খেলিব নাজানো😔
আৰু
তুমি ভাবিছা তোমাৰ হৃদয়ৰ লগত খেলি আছোঁ🙃







জীৱনৰ প্ৰথম প্ৰেমত 🖤

তিতা কেৰেলাও মিঠা যেনে লাগে🙃










প্ৰতিটো মো'বাইলে জানে 📱
তাৰ মালিকৰ চৰিত্ৰ কেনেকুৱা 🙃








পচন্দ + ভালপোৱা + বিশ্বাস
= বাঁহ🙃

Ok by🏃‍♂️












তুমিও single
মইও চিংগেল 😌

আঁহা আমি ডাইৰেক্ট বিয়াখনকে পাতি পেলাওঁ😉







বেলেগৰ মুখত নিজৰ বদনাম বোৰ শুনিলে 🙄

নিজকে কিবা celebrity নিচিনা লাগে😂





কাৰ বুদাৰ ৰং কেনেকোৱা কৈ যোৱা,,,, ক্ৰীম কিনি দিয়াৰ দায়িত্ব মোৰ 🤣😂😁😁



এই গেলা গৰমত ক‍ʼৰʼনা ৰ ভয়ত গৰম পানী খোৱা মানুহ কেৱল মই এই আছোঁ নে আৰু কোনোবা আছা🧐😐





মদ আকৌ ঘৰে‌ ঘৰে দিয়ে😏
কিন্তু ভেকচিন ৰ কাৰণে লাইন পাতিব লাগে😒
মগজ লাগিব মগজ😙





প্ৰিয়জন♥️
সময় অতিবাহিতৰ বাবে মই নিবিচাৰোঁ ৰসাল ৰসাল কথা পাতি তাইৰ মন ভাল লগাই সুখীও কৰিব নোৱাৰো 😌 কিন্তু মোৰ জীৱনত আগুৱাই বা তোমাৰ জীৱনত আগুৱাই যাবলৈ প্ৰতিটো সময়ত Inspired কৰিব পাৰিম, সুখ দুখতো লগ দিব পাৰিম 🧡 প্ৰতিটো কঠিন সময়ত লগ দিব পাৰিম, জীৱনত কি হবলৈ গৈ আছো কোনেও নাজানোঁ কিন্তু জটিল দেখি ঘূৰি বা আধা বাটত নেৰিম😉
#copy #Dutta🥰♥️







ভালপোৱা ৰ মাথো দুটাই পৃষ্ঠা হোৱা তুমি ❤️
তোমাতেই আৰম্ভ আৰু তুমিয়েই শেষ 😌 প্ৰিয়জন





মোক যে চেনী চেনী কৈ থাকা🤐
যেতিয়া চেনী খাই খাই giniz book ত নাম উঠাম তেতিয়া গম পাবা 😕😏






কাজিয়া হৈ থকাৰ পিছতো
Online game ত
সি তাইক জিকাই দিয়ে🙄
ও আই গভীৰ প্ৰেমিক🙂😘 😒





মই আৰু মোৰ ম'বাইলটো ইটোৰ লগত আনটো বহুত সুখী🤗
কিন্তু আমাৰ ঘৰৰ মানুহবোৰ আমাৰ relation টোৰ বিপক্ষে আছে😒







বগা হৈ নিজকে ক'লা বুলি
কোৱা🙂
আৰু বগলীক কাউৰী বুলি কোৱা একেই কথা 😕😏






আমি এলা গেলা‌ মানুহ‌ নহয়😕
বহুত ওপৰৰ মাল 🥱

🎤 পিয়ু হাজৰিকা






ফেমাছ হোৱা বোৰ হৈ গ'ল 😤
ভাইৰেল হোৱা বোৰ হৈ গ'ল 😕
কিন্তু আমাৰ post বোৰে হে 'TRBA ENTERTAINMENT' ত কেতিয়া স্হান পাব😒




বাকি বোৰ গ'ল 😤

মিঠাতেল বেপাৰীৰ ৰাম ৰাজ্য 🥱






বিয়া ঘৰত ল'ৰা এটাৰ নম্বৰ লৈছিলোঁ🙈
ভবা নাছিলো‌ঁ জহনিয়ে Aircel ৰ নম্বৰ দি প্ৰথমতেই বাহঁটো দিব বুলি😕
ধুই বাল😒






এইটো উৰাবাতৰি কোনে ওলিয়ালে আজি দিয়া বৰষুণৰ টোপালবোৰ আমাৰ break upৰ eye drops আছিল🙄







মোৰ একো কামে perfact নহয় 🥺
screenshot লব যাও তে volume কোমুৱা যাই ,, selfie লব গলে mble off হৈ যায় বাল 😐 আৰু তোমাৰ ...??





Mur frnd list te eman dhuniya dhuniya lora ase kin2 ajiloike karu mukhot nuxunilu ,,
Tumak kiba ata val lage buli kua 🙂😊





Eman poisa khoros kori net pack vorao
Tako belegor photo te cmnt koribole
Dhui balor jiwan 🥺🥺





Uff amar eyat eman gorom bapere 🥵🥵








আজি ছোৱালী এজনী জিভা নুলিওৱাকৈয়ে চেল্ফি লৈ আছিল..এনেকে চলি থাকিলে আমি আমাৰ সংস্কৃতি হেৰুৱাই পেলাম ৰে ভাইসকল..!





মোৰ লগত বেছি চিনা-পৰিচয় হবলৈ চেষ্টা নকৰিবা, মই আপোন সকলৰ পৰা আমনি পাই হে ফেচবুকত আহিছো!
😎😏👍







পুলিচে বৰ্ড লগাই থৈছিল No Parking Zone Penalty Rs. 250/=
কিন্তু কোনেও আদেশ নামানে, সকলোৱে আহি গাড়ী বাইক পাৰ্কিং কৰি থৈ দিয়ে..

কেইদিনমান পাছত মই সেই ৰাস্তায়েদি পাৰ হওঁতে বৰ্ডখন লক্ষ্য কৰিলোঁ আৰু তাৰ পৰিস্থিতি খিনি দেখি উপায় এটা ওলালোঁ..🤔

মই বৰ্ডখনৰ পৰা "No' আৰু "Penalty" আঁতৰাই দিলোঁ, এতিয়া বৰ্ডখন হল Parking Zone Rs. 250/=

বৰ্তমান তাত কোনেও গাড়ী বা বাইক পাৰ্কিং নকৰে । 🙄😊







আমাৰ মৌচুমী সৰু বিয়া হোৱাৰ পিছৰ ভৱিষ্যবাণী..
👇👇

মৌচুমী: ঐ জান শুনা..সোমবাৰে শ্বপিং, মঙলবাৰে হোটেল, বুধবাৰে ফুৰিবলৈ, বৃহস্পতিবাৰে চিনেমা চাবলৈ, শুক্ৰবাৰে পিকনিক..wow কিমান মজা লাগিব নহ..?

পতিদেৱ: উম হয়..আৰু বাকী দুটা দিন শনিবাৰ আৰু ৰবিবাৰে মন্দিৰ/মছজিদলৈ যাম নহ..?

মৌচুমী: কিয়..?

পতিদেৱ: ভিক্ষা খুজিবলৈ...

#just4fun 😊










পত্নী: ঐ শুনা..পইচা দিয়া না মই ব্ৰা কিনিবলৈ যাওঁ..

পতি: কি কৰিবা ব্ৰা কিনি..? তোমাৰ টো সৰু সৰুয়েই হৈ আছে দেখোন..

পত্নী: (অলপ লাজে লাজে) তুমি যে যোৱাকালি জাঙিয়া কিনি আনিলা মই কিবা কলোঁ জানো..!🙄

ok মই আহিছোঁ দেই 🚶🚶











দুজন বন্ধু বহুদিনৰ মূৰত লগ হ'ল । সৌভাগ্যক্ৰমে এজনৰ বিয়া আছিল আৰু এজনৰ বৰযাত্ৰী...

দৰা বন্ধুজন: ভাই কিবা এটা এনেকুৱা টিপ্স দিয়া যে মানুহজনী গোটেই জীৱনৰ বাবে ইমপ্ৰেছ হৈ যায়..😍

বৰযাত্ৰী বন্ধুজন: তই টো আগত মদ-পানী খোৱা নাছিলি, আজিকালি খাবলৈ ধৰিলি নেকি..?🤔

দৰা বন্ধুজন: নাই নাই..এইবোৰ বস্তু মই একেবাৰে নাখাওঁ..😊

বৰযাত্ৰী বন্ধুজন: উম ভাল কথা...তই এটা কাম কৰিবি..প্ৰথম দিনা ৰাতি মদৰ বটল এটা লৈ মানুহজনীৰ ওচৰত যাবি,

তাই মদৰ বটল দেখাৰ লগে লগে খং কৰিব আৰু তোক বিভিন্ন ধৰণৰ ওলোটা-পোলোটা কথা কব...
তই তেতিয়াই লগে লগে কবি যে তুমি যদি এইবোৰ বস্তু ভাল নোপোৱা তেন্তে মই আজি আৰু এতিয়াৰ পৰাই এই মদৰ বটল ত্যাগ দিলো...
তাই লগে লগে ফুল ইমপ্ৰেছ হৈ যাব গেৰাণ্টি...😎

দৰা বন্ধুজন: wow মজ্জা আইডিয়া..👍👌

সি বিয়াৰ ৰাতি মদৰ বটল এটা লৈ ৰুমত সোমাল..
কন্যাজনীয়ে মদৰ বটল দেখাৰ লগে লগে চিঞৰিলে..
মোৰ পেগত পানী অলপ কমকে ঢালিবা দেই...!

দৰা বেহুচ..🤔
















দৰাক চাবলৈ অহা খুৰীসকলে কেঁচুৱা এটা লগত লৈয়ে আহে যাতে কেঁচুৱাটোক বাথৰুমত লোৱা বাহানাত গোটেই ঘৰখন ঘূৰি-পকি চাব পাৰে..!











১২ বছৰৰ ল'ৰা বাপেকৰ সৈতে হোটেল এটাত গল...
হোটেলত সোমোৱা পাছত...

বাপেক: ৱেটাৰ (waiter)...এটা ঠাণ্ডা বিয়েৰ আৰু এটা আইছক্ৰীম দিয়া...

ল'ৰা: আইছক্ৰীম কিয় দেউতা আপুনিও বিয়েৰ খাওক...

বাপেক: দে পুতেকৰ পিঠিত চেন্ডেলৰ ওপৰত চেন্ডেল..! 😊








মই সদায় ৰাস্তাত ৪-৫টা শিলগুটি থয় দিওঁ যাতে মানুহে উজুটি খাওক আৰু জীৱনত কিবা এটা শিকক..!





অষ্টম শ্ৰেণীত অংক পৰীক্ষা দিয়া পাছত বন্ধুসকলে আলোচনা কৰিছিল যে এইটোৰ উত্তৰ ০.৮ নে ০.০৮ হ'ব ? আৰু মই মনে মনে ভাবি আছিলোঁ যে চাল্লা মোৰ উত্তৰ ১৪০০ কেনেকৈ ওলাল..🤔










আমাৰ মৌচুমী সিদিনা বয়ফ্ৰেণ্ডৰ লগত ৰেষ্টুৰেণ্ট এটাত গৈছিল..তাৰ পিছৰখিনি.....😊😊

ল'ৰা: ঐ শুনা..
মৌচুমী: মনে মনে থাকা..খোৱা সময়ত কথা পাতিব নাপায়..🙄🙄

খানা খোৱা পাছত...🙂🙂

মৌচুমী: উম..এতিয়া কোৱা কি হল..?
ল'ৰা: তোমাৰ প্লেটত মাখি পৰি আছিল..😀😀

মৌচুমী: 😡😡😠😠

ল'ৰা: এতিয়া দেখুৱা আকৌ তোমাৰ হিৰোইন গিৰি....

#justforfun 😆😁













পুৰণি হিন্দী চিনেমাৰ কেইটামান বিখ্যাত ডাইলগ------😊

1.बेटा, हाथ मुंह धो ले , तब तक मैं खाना लगाती हूं।

2.मैंने इंजेक्शन दे दिया है , कल सुबह तक इन्हें होश आ जाएगा ।

3.अगले 24घंटे नाजुक हैं , भगवान से प्रार्थना करिए ।

6.ये तो खुशी के आंसू हैं बेटा ।

7.ये लो ब्लैंक चेक , अपनी कीमत लिख लो और मेरी बेटी को भूल जाओ ।

8.मीट माई सन विक्की, आज ही विलायत से पढ़ाई पूरी करके लौटा है ।

9.एहसान कैसा मांजी , यह तो मेरा फर्ज था ।

10.मैं उस लड़की का गरूर तोड़ कर रहूंगा ।

11.यह अदालत जज्बातों से नहीं सबूतों से चलती है ।

12.मेरे फाजिल दोस्त अदालत का कीमती वक्त जाया कर रहे हैं मी लार्ड।

13.ड्राईवर , उस गाड़ी का पीछा करो ।

14.मैं इधर से गुजर रहा था सोचा आपसे मिलता चलूं ।

15.इनसे मिलिए शहर के जाने माने बिजनेसमैन ।

16.सारे सबूतों और गवाहों के बयानों के मद्देनजर अदालत इस नतीजे पर पहुंची है कि....

17.मैं तुम्हारे बच्चे की मां बनने वाली हूं ।

18.पता नहीं यह किसका पाप है....

19.आप इन्हें सही समय पर ले आए हैं । अगर थोड़ी देर और हो जाती तो इनका बचना मुश्किल था।

20.हमने तुम्हें चारों तरफ से घेर लिया है खुद को चुपचाप पुलिस के हवाले कर दो।

21.मैंने तुम्हारे लिए गाजर का हलवा बनाया है ।

22.अरे कन्या को बुलाइए मुहूर्त का वक्त निकला जा रहा है ।

23.शुक्रिया तो उसका कीजिए जो सही वक्त पे इन्हे हॉस्पिटल लेकर आया ।

24.अगर अपनी माशूका की जान बचाना चाहते हो तो पैसे लेकर काली पहाड़ी के पीछे आ जाना, और हाँ पुलिस को बताने की गलती मत करना ।

25.आज खुश तो बहुत होगे भगवान....

😆🤣
#সংগ্ৰহ...









যোৱা বছৰ গৰমৰ বন্ধত মই চুইজাৰলেণ্ড নগলোঁ আৰু এই বছৰ আমেৰিকাও নাযাওঁ..!






কোনোবা ছোৱালীয়ে যদি নিজৰ এক্সক জলাবলৈ বিচাৰিছা তেনেহলে মোক oyo ৰুমত লৈ যাব পাৰা...! 😆











আমাৰ মৌচুমীৰ হাতত নতুন ম'বাইল দেখি বান্ধৱী এজনীয়ে সুধিলে...নতুন ম'বাইল কেতিয়া কিনিলা...?

মৌচুমী: এইটো নতুন নহ'য় বয়ফ্ৰেণ্ডৰ ম'বাইল হ'য়...

বান্ধৱী: বয়ফ্ৰেণ্ডৰ ম'বাইল কিয় আনিলা আকৌ..?

মৌচুমী: সি সদায় কয় থাকে মোৰ ফোন কিয় নুঠুৱা..আজি সুবিধা পায় উঠাই ললোঁ..!

#fun 😊








শহুৰ: জোঁৱাই তুমি যে মদ খোৱা সেই কথা আগত কিয় কোৱা নাই..?

জোঁৱাই: আপোনাৰ ছোৱালীজনীও টো তেজখোৱা সেইটো কেতিয়াবা কৈছিলে নে...?







ল'ৰা পাৰ্টি: আপোনাৰ ছোৱালীজনী আমাক পছন্দ হৈছে, আপুনি বিয়াৰ তাৰিখ ফিক্স কৰক..

ছোৱালী পাৰ্টি: বাৰু ঠিক আছে..আমি ছোৱালীজনীৰ বেষ্ট ফ্ৰেণ্ডজনক সুধি সোনকালেই জনাই আছোঁ..!!







যেতিয়ালৈকে মোৰ পেট্ৰল আদায় নহয় তেতিয়ালৈকে মই হৰ্ন টিপিয়েই থাকোঁ..বুজি পালা নে নাই বন্ধুসকল 😜..মই আহিছোঁ দেই..!🚶








ওচৰৰ নবৌজনী পায়খ ঠাণ্ডা কৰিবলৈ আমাৰ ফ্ৰীজত ভৰাই থৈ গৈছে..
এতিয়ালৈকে ১০ চামুচ মান খালোঁ ঠাণ্ডা হোৱাই নাই..!






কথা এটা সুধিব আছিল..কাণত কাণফুলি আৰু চুলিত খোপা বান্ধি থোৱা লৰাবোৰক দিদি বুলি মাতিব পাৰিম নে..?🤔








আৰে ভাই..আমি হলোঁ ছিংগল মানুহ..ভূমিকম্পৰ বাহিৰে কোনো মাইকা লালে আমাৰ বিছনা হিলাব নোৱাৰে..! 🧐









স্কুলৰ দিনত মোৰ ছেটিং নোহোৱাৰ কাৰণ এইটোৱেই আছিল যে..তাই ৭ টকীয়া চিংৰা বিচাৰিছিল আৰু মায়ে মোক ৫ টকা দি পঠাইছিল..!







বহুত গভীৰ গৱেষণা কৰা পাছত whatsappৰ অসমীয়া অৰ্থ উলিয়াই দিলোঁ..
👇
"জন-ধন নিঃশুল্ক কথোপকথন যোজনা"..!








ছোৱালীৰ তামাম ফ্রেণ্ড ৰিকুৱেষ্ট আহি আছে কিন্তু লিষ্টত জেগাই নাই..ভাবি আছো ফ্রেণ্ডলিষ্টৰ কেইজনমান লৰাক আজি কুৰবাণী দি দিওঁ..
all the best ভাইসকল..!!👍








🚫অসমৰ বিজুলী বিভাগ🚫

কৰ্মচাৰী: ছাৰ বাহিৰত দুটামান পাত লৰি আছে..
অধিকাৰী: কাট কাট সোনকালে কাৰেন্ট কাট ধুমুহা আহিব...!









বন্ধু এজন প্ৰথমবাৰৰ বাবে আমাৰ ঘৰলৈ আহিল আৰু কলে..ৱাহ পোৱালিটো দেখিবলৈ একদম তোৰ নিচিনাই দেখোন..

মই কলোঁ.. হাৰামি লাহে লাহে ক..এইটো ওচৰৰ নবৌজনীৰ হয়..মই বিয়া পতাই নাই...!










আজি দুপৰীয়া সপোনত বাচন ধুই আছিলোঁ..এইটো সোনকালে বিয়া হোৱাৰ লক্ষণ নহয় টো..🤔🤔








বাছ কন্ডাক্টৰ: তুমি ল'ৰা হৈ ছোৱালীৰ ছিটত বহি আছা যে কিয়..?

ল'ৰা: ফেচবুকত মোৰ নাম ভূমিকা কাশ্যপ...!









বাৰাণ্ডাত মেলি থোৱা কাপোৰ আৰু চচিয়েল মিডিয়াৰ GF/BF যতে-ততে উৰি থাকে..
no warranty no guarantee...!😊👍







মৌচুমী: আটা কৰ পৰা অনিছিলা..?
পতিদেৱ: কিয়..আজি কি হল আকৌ..?

মৌচুমী: কি আটা অনিছিলা..? এটাও ৰুটি গোল নহল আৰু গোটেইখিনি জলি থাকিল..

পতিদেৱ: ঐ তই এইফালে আহ আৰু মোৰ কামখিনি কৰি থাক..ৰুটি মই নিজেই বনাই লম দে..🙄








ভাগ্য ভাল আমাৰ সময়ত পৰীক্ষা বাতিল নহল..মই টো ১৫-১৬ ঘণ্টালৈকে পঢ়ি আছিলোঁ..😜













আমি তিনিজন ক'লা বন্ধু একেলগে গৈ আছিলোঁ...ঠিক সেই সময়ত এজনী দেৱী আমাৰ ওচৰত প্ৰকট হল...😲😲

দেৱী: বালকসকল মই তোমালোকৰ যিকোনো এটা মনোবাঞ্ছা পূৰণ কৰিম..কয় যোৱা কি লাগে..?

প্ৰথম বন্ধু: দেৱী 🙏 প্লিজ মোক বগা কৰি দিয়া..সি বগা হৈ গল...

দ্বিতীয় বন্ধু: দেৱী 🙏🙏 মইও বগা হবলৈ বিচাৰোঁ...সিও বগা হৈ গল...

শেষত মোৰ পাল..
মই: হাঁহি হাঁহি কলোঁ..দেৱী 🙏 ইহঁত দুটাক আকৌ ক'লা কৰি দিয়া...!😊















মোৰ darling এজনী কৰ'ণা পজিটিভ হলেই হেঁতেন..কিন্তু মই তাইক প্ৰাইভেট নিউজ চেনেল চাবলৈ মানা কৰি DD national চেনেল চাবলৈ কলোঁ..

বৰ্তমান তাই সুৰক্ষিত আছে আৰু এতিয়া খাদী কাপোৰ বনোৱা বিধি শিকি আছে...!












মোৰ পেটুৱা বন্ধু এজনে ডাক্তৰৰ ওচৰত গৈ সুধিলে..ডাক্তৰ বাবু মই কি বস্তু খালে অলপ ক্ষীণ হম ?

ডাক্তৰ: তাৰ ফালে ভালদৰে চাই কলে..তই এটা কাম কৰ মাছ-মাংস,আলু,তেল,মৈদা,বেচন,চেনী আৰু ঘিউ এইবোৰ বস্তু নাখাওঁ বুলি শপত খা...!












দুখ..
আজি দুপৰীয়া মই আকৌ এবাৰ ফুলশয্যাৰ সপোন দেখিলোঁ..😢








ৱৰ্ক ফ্ৰম হোমৰ কাহিনী...

পতীদেৱ লেপটপত কাম কৰি আছিল..পত্নী গা-পা ধুই বাথৰুমৰ পৰা ওলাই আহি তেওঁক সুধিলে..
মই গেছত কুকাৰ বহাই গা ধুবলৈ গৈছিলোঁ..কেইটা ছিটি বাজিল..?

পতিদেৱে কলে মই কামত ব্যস্ত আছো সেইবোৰ ধ্যান দিয়া নাই...!

লগে লগে সিফালেদি লেপটপত অনলাইনত থকা বছ জনে কলে ৩ টা বাজিছে ৩ টা মই শুনিছোঁ...!

কাহিনী শেষ...!








কি কম বন্ধুসকল..
জীৱনত ইমানেই সমস্যা বাঢ়ি আছে যে ১ পেকেট মেগীত পেট নভৰে..আৰু ২ পেকেট বেছি হৈ যায়..! 😐







মোৰ ৰুমখন বিৰাট গৰম হৈ আছিল..তাৰ পিছত মই টিভিৰ ৰিম'ট হাতত লৈ DD Kashmir চেনেল লগালো, এতিয়া অলপ ঠাণ্ডা হৈছে..!







চশমা পিন্ধা লৰা-ছোৱালীবোৰৰ আধা জীৱন চশমা কত থলোঁ বুলি বিচাৰি ফুৰোঁতেই গুচি যায়..!





গাঁৱলীয়া বিয়াঘৰত অহা চহৰৰ ছোৱালীবোৰ নিজকে মহাৰাণীতকৈ কম বুলি নাভাবে..!
#fact







আজি ছোৱালী এজনী জিভা নুলিওৱাকৈয়ে চেল্ফি লৈ আছিল..এনেকে চলি থাকিলে আমি আমাৰ সংস্কৃতি হেৰুৱাই পেলাম ৰে ভাইসকল..!













আজিৰ কথা ..

মাঁ: ঐ..তই যে দিনটো মোবাইলৰ লগত লাগি থাক কিয়..?

মই: বিয়া কৰাই দিয়া..মানুহজনীৰ লগত লাগি থাকিম..

এতিয়ালৈকে মোৰ দুটা গাল ৰঙা হৈ আছে..! 😐😢😢











ফেচবুকত কিছুমান ছোৱালী ইমানেই ক্ষীণ যে ১৫-২০ জনীক একেলগে মেৰিয়াই ঝাড়ু এটা বনাব পাৰি..!
মই যাওঁ দেই..🚶







বহুত হল কেলা..মেখেলা দাঙি নাক চেপি পানীত ওলোটা জাপ দিয়া গাৰ্লফ্ৰেণ্ড মোক যিকোনো conditionত লাগে..মাক্কা..!😐








মই নো কি ?..
এজন 3rd ক্লাছ কাম-বন নথকা বেকাৰ মানুহ..তহঁতৰ ছাপোৰ্টত জীয়াই আছো..প্ৰায়েই বেয়া পাই মোক...তথাপিও তহঁতক ভাল পাওঁ..!!
😊👍😔






আজি মধুৰী গছৰ তলত বহি আছিলোঁ..এটা মুধুৰী তলত পৰোতে মই ধুই মেলি খাই পেলালোঁ কিন্তু নিউটনৰ দৰে বিজ্ঞানৰ ষ্টুডেন্টসকলক আমনি নকৰিলোঁ..!!







মানুহৰ চিন্তাধাৰা সদায় উচ্চ খাপৰ হ'ব লাগে সেইকাৰণে মই ঘৰৰ ওচৰৰ বিল্ডিংৰ ওপৰত গৈ চিন্তা কৰোঁ....! 🤔





যিটো পৰিস্থিতি দেখি আছোঁ, কেইদিনমান পাছত চৰকাৰে কব যে বৰযাত্ৰী আহিব নালাগে কন্যাক চিধা home delivery দিয়া হ'ব..!






তাই এতিয়াও হাজম'লা পেকেট দেখিলে কান্দে..কাৰণ তাই ex জনক পাদুৰা বুলি মাতিছিল..!









চিংৰা খাই আছিলো..
হাতৰ পৰা পৰি গল..😢😢😢!!









কিছুমান ছোৱালী ইমানেই ভীষণ ধুনীয়া থাকে যে নিজৰ আচল dp কেতিয়াও নিদিয়ে..!!







ধৰি লোৱা মোৰ নাম "মই" আৰু তোমাৰ নাম "তুমি"..এতিয়া কোৱা পাগল মই নে তুমি ? 🤔