# Family problem.....🙌
তাই:-অঃ সময় পালে ফোন কৰিবলৈ?
সি:-নহয় অঃ অফিচত বহুত কাম আজি।।তাতে মাহৰ শেষত একদম আজৰি নাপাওঁ।।
তাই:-Mr.বাহানা Expat এতিয়া ফ্রেছ হৈ লওঁক।।মই অলপ কাম কৰি লওঁ।।
সি:-অঃ মিছ আপুনি ব্যস্ত আৰু মোক বদনাম দি থাকে ন।।
তাই:-উফ ৰাম ঘৰৰ কাম মই নকৰিলে কোনে কৰিব?
সি:-sry যোৱা যোৱা কৰা বহুত ধেমালি কৰিলো।।
তাই:-থোৱা পাছত ফোন কৰিম।।আৰু কথাটো সুধিলা??
সি:-কি কথা?
তাই:-বাদ দিয়া তুমি আৰু বুজিছা মোৰ বিয়াত ভাত বিলাবলৈ আহিবা একেবাৰে।।
সি:-অঃ অঃ মনত পৰিল ঘৰত সকলোৱে গোট খাবই অলপ পাছত মই কম বাৰু।।
তাই:-উম ।।
সি:-হ'ব সকলো ভাল হ'ব।।
প্ৰায় দুঘণ্টা পাছত আকৌ সি তাইলৈ ফোন কৰিলে.....👇😌
সি:-hey,hi,hlw
তাই:-answer কোৱা এইবোৰ বাদ দিয়া।।
সি:-উম বাদ দিয়া কি কৰিছা?
তাই:-কি হ'ল ক'বলৈ সাহস নহ'ল নে মোক সঁচা জনাব বেয়া পাইছা??
সি:-কথাটো মানে......
তাই:-কি বোলো কোৱা না জলদি।।
সি:-মই বহুত বুজাইছো প্ৰথমৰ পৰা সকলো কৈছো।।কিন্ত নাই .....
তাই:-কি নাই ?
সি:-মানে ঘৰত মোলৈ ঠিক কৰি থৈছে বোলে।।মই মোৰ বিলাক কলো একদম নহ'ব বোলে।।
তাই:-এতিয়া??মই তোমাক আজিৰ পৰা 6 বছৰ আগতে কি কৈছিলো মনত আছেনে??যে কেতিয়াও মানি নলয় তুমি কিয় বাৰু মোক ধৰি ৰাখিলা সম্পৰ্কত??মই এতিয়া কি কৰিম কোৱা??
সি:-কৰিব কি আছে পলাই যাম।।
তাই:-অলপ পাগল হৈছা??ইমান matured হৈ এইবোৰ ।।তুমি পাৰিলেও মই নোৱাৰো।।
সি:-তেনে কি কৰিম আমি?
তাই:-সকলো শেষ কৰো।।
সি:-না তুমি শেষ কৰিলে মই নিজকে শেষ কৰিম।।সিদ্ধান্ত তোমাৰ।।
তাই:-এহ।।
সি:-সকলো ঠিক কৰিম তুমি অলপ দিন ৰৈ দিয়া প্লিজ।।
তাই:-আৰু কিমান দিন?
সি:-প্লিজ আৰু অলপ দিন।।
তাই:-উম।।
সি:-হ'ব love you।।
তাই:-আজি একদম উত্তৰ নিদিওঁ।।
সি:-হ'ব খং উঠিল জানো কিন্ত এদিন ঘৰত মানিবই ।।
তাই:-hope so by মই শুই যাওঁ।।
সি:-উম take care by।।
এনেকৈ দুয়োৰে চলিল সম্পৰ্ক কাজিয়াৰ মাজত।।এদিন হঠাৎত তাইলৈ ফোন আহিল .....🙌👇
তাই:-hlw ।।
Unknown no:-তুমি ৰিমি ন?
তাই :-হয় কওঁক।।
Unknown no:-মই কোন কি নজনাও।।মাত্ৰ অলপমান সময় পামনে??
তাই:-হয় কওঁক।।
Unknown no:- শুনা সম্পর্ক কিমান দিনৰ মোৰ প্ৰয়োজন নাই।।তুমি তাৰ পৰা দূৰত থাকা।।যাদু কৰি তাক মোৰ পৰা আঁতৰ কৰিলাই ।।এতিয়া তাৰ জীৱনৰ সৈতে খেলিব বিচাৰিছা??সাধাৰণ BA পাছ কৰি চাকৰিয়াল ল'ৰাক ফচাই লৈছা।।তোমাৰ দৰে ছোৱালীক ভালকৈ চিনি পাওঁ।।মাথোঁ টকা লাগে আৰু একো নহয়।।অলপ নিজৰ standard মিলাই সম্পৰ্ক গঢ়িবা।।কিমান টকা লাগিব কোৱা মই দিম ।।কিন্ত আগলৈ তাক contact নকৰিবা।।যদি শুনি পাওঁ ভাল নহ'ব কিন্ত।।
তাই:-উম কিন্ত কোনে কৈছে বাৰু??
Unknown no:Cut the call ....
লগালগ তাই তালৈ ফোন কৰিলে।।
তাই:-ঐ এই 6.......৭ নম্বৰটি কাৰ??
সি:-wait অলপ .....অঃ এইটো জেঠাই নম্বৰ।।কিয়?
তাই:-নাই একো নহয়।।বাকী শুনা আকৌ ভালকৈ থাকিবা দেই।।
সি:-ok এনেই ইমান চিন্তা কৰা।।পিছে কিয় সুধিলা??
তাই:-এনেই অঃ ।।
সি:-উম হ'ব দিয়া ।।কি কৰিছা??
তাই:-একো নহয় কৈ (ফোন কাটি দিলে.....☺️)
আৰু সেই দিনৰ পৰা তাই তালৈ এদিনো contact নকৰিলে।।সম্পূৰ্ণৰূপে তাৰ পৰা আঁতৰি আহিল।।হয়তো সকলো ঠিক হ'ল হয়।।কিন্ত নিজৰ আত্মসন্মানক আঘাট কৰি তাই কেতিয়াও কাৰো সৈতে সুখী হ'ব নোৱাৰিলে হয়।।সেয়ে তাই নিজক কষ্টত ৰাখি তাৰ ভালৰ বাবে আঁতৰি আহিল।।এনেকৈ দুমাহ পাৰ হ'ল।।তাইৰো বিয়া ঠিক হ'ল শিক্ষক এজন সৈতে।।তাই যদিও সুখী নাছিল কিন্ত বাধ্য ঘৰৰ মানুহৰ বাবে।।তাই নিজৰ দুখ সামৰি নতুন জীৱনত আগবাঢ়িল।।😌এনেকৈ একবছৰ পাছত আকৌ নতুন নম্বৰত তাইলৈ ফোন আহিল।।
Unknown no:- মোক ক্ষমা কৰি দিয়া পাৰা যদি ইয়াৰ জীৱনলৈ আহি যোৱা।।নিজক সি শেষ কৰি দিছে।।মই নোৱাৰো চাই থাকিবলৈ প্লিজ তুমি সকলো ঠিক কৰি দিয়া।।
তাই:-কোনে কৈছে??
Unknown no:-মই দ্বীপৰ মা।
তাই:-অঃ মা নমস্কাৰ।।
Unknown no:- সেইদিনা কাৰণে বেয়া নাপাবা।।তাৰ জেঠাইৰ নম্বৰ পৰা মই বহুত কৈ দিলো।।
তাই:-বেয়া পাবলৈ সময় নাই মা।।মই সকলো পাহৰি আঁতৰি বহুত দূৰ আহিলো।।ইতিমধ্যে মোৰ বিয়াও হৈছে পাৰিলে তাক কৈ দিব।।মই ক্ষমা খুজিছো এই বিষয়ত মই আৰু পাতিব নোৱাৰিম।।তাক ভালকৈ ৰাখিব মা ৰাখিছো দেই।।
ফোন কাটি তাই কান্দিবলৈ ধৰিলে।।আৰু ভগৱানক প্ৰশ্ন কৰিলে।।কিয় সকলো দি আকৌ আঁতৰাই দিলে??🙏🙂

11 Comments
Best Assamese story, Assamese memes, Assamese quotes, Assamese Short Flim, Assamese Fb memes, Assamese Facebook Memes, Assamese Facebook Quote, Best Blogging Website ... I love this Junakiiaxom Website
ReplyDeleteBest Assamese story, Assamese memes, Assamese quotes, Assamese Short Flim, Assamese Fb memes, Assamese Facebook Memes, Assamese Facebook Quote, Best Blogging Website ... I love this Junakiiaxom Website

ReplyDeleteFamily problem । Assamese Sad Story 2021
ReplyDeleteBest Assamese Story website
ReplyDeleteFamily problem । Assamese Sad Story ।। Cyberiawolf Solution
ReplyDelete