যি মানুহৰ ধৈয্য আছে 😌
সেই মানুহৰ এটা সুন্দৰ ভৱিষ্যত আছে 💓
2. যিমানে ডাঙৰ হৈছো😌
সিমানে হাঁহিবোৰ হেৰাই যাব ধৰিছে 🙂🤞🏻
3.মই এনেকুৱা এজন দ'ৰা বিচাৰো যিয়ে মই হোমৰ গুৰিত কান্দিলে মোবাইল উলিয়াই দি ক'ব"চোৱা এইটো meme"🙂
4.Before: ভাল লাগে মোৰ তোমাৰ কথাবোৰ কবিতা কবিতা লাগে❤✨
After :ইমান পেকপেকাই নাথাকিবা অ' অশান্তি লাগে বাল 😒
5.মই কিমান ভাল নুখুধিবা 😌
মোৰ শত্ৰু বুলি জানিওঁ মই ব্লক, আনফ্ৰেণ্ড নকৰাকৈ Friends লিষ্টত আৰু Wpত ৰাখি থৈছোঁ 😎
6.ক্লাছ 9ৰ ছোৱালীজনীয়ে বয়ফ্ৰেণ্ডক কৈছে,
"মোৰ চৰকাৰী মোবাইলটো আহি গ'লে তোমালৈ আৰু মাৰ মোবাইলৰ পৰা মনে মনে ফোন কৰিব নালাগে"🤭
7.পৃথিৱীত চেনি নোখোৱা ল'ৰা পাই যাবা 😌
কিন্তু
মদ নোখোৱা ল'ৰা বিছাৰি নোপোৱা 😑
8.বয়ফ্ৰেণ্ড/গাৰ্লফ্ৰেণ্ডক লৈ ইমান ফুটনি, অহংকাৰ নকৰিবা 😑
আজি তোমাৰ হয়টো দুদিন পাছত আন কাৰোবাৰ হ'ব 😌
9.আজি Emoji day নহয় আহা আমি Emoji দিয়া-দি খেলোঁ 😌💖😂
10.Memes share কৰা বোৰে কৰি থাকিলে ভাল 😌 কিন্তু নকৰা বোৰে আনৰ পৰা Copy কৰি কৰিলে ভাল নেদেখি অ চুৰনি বুলি কয় 🙄 🤣
11.নিজেই নিজৰ Wpৰ ষ্টেটাচ বাৰে বাৰে চাই থকা
Type of person মই 😇😍
12.ধুনীয়া হ'লেওঁ দাঢ়ি নাথাকিলে ভাল নালাগে 🤢
#দাঢ়ি মেইন 🙈❤️
13.মিমাৰ বোৰক পোষ্ট চাই চৰিত্ৰ বিছাৰ নকৰিব ✊🙂❤️
14.এজন সফল হোৱা লৰা লগত সম্পৰ্ক ৰখা বহুত সহজ, কিন্তু এজন বিফল লৰাক সফল হোৱাত সাহস দিয়া জনীয়ে প্ৰকৃত ছোৱালী। ❤
15.সেইজন ব্যক্তি কেতিয়াও কাৰোৰে আপোন হ'ব নোৱাৰে, যিয়ে সম্পৰ্ক বোৰ কাপোৰ সলোৱা দৰে সলনি কৰে 🙂🥀
16.ঘৰৰ বাচন ধুৱা কাপোৰ ধুৱা ঘৰ মোচা ভাত বনোৱা সকলো কাম কৰি কৰি 😌 হাতৰ প্ৰেমৰ ৰেখা আৰু বিয়াৰ ৰেখা সকলো নাইকিয়া হৈ গ'ল মোৰ 😑😭
17.মই কিমান ভাল নুখুধিবা 😌
মোৰ শত্ৰু বুলি জানিওঁ মই ব্লক, আনফ্ৰেণ্ড নকৰাকৈ Friends লিষ্টত আৰু Wpত ৰাখি থৈছোঁ 😎
18.ঘৰৰ ওচৰৰ ছোৱালী এজনীক তাই কাজল লগাই দিলে
এতিয়া তাইৰ Fb Bio "Makeup Artist" 🙄
19.তাক পাহৰি যোৱা কাৰনটো
তুমি হ'বা 🙂
20.আমিটো মিঠা বৰনীয়া মানুহ মিঠাবৰণীয়া হৈয়ে থাকিম 😇
21.তোমাক নাপালে মৰি যাম বুলি কওঁতে গ'ম পাইছিলোঁ 🙄 নমৰে বুলি 😏
22.চিলিন্ডাৰ টো দাঙিব দিলে ঘৰত দাঙিব নোৱাৰো বুলি কোৱা ল'ৰাটোৱেও girlFriend ক কোলাত লৈ ফটো উঠি ঘূৰি ফুৰে, আচৰিত 🙄
23.আগৰ মানুহে সফল হোৱাৰ চেষ্টা কৰিছিল 🙂
আৰু
এতিয়াৰ মানুহে ভাইৰেল হোৱাৰ চেষ্টা কৰে 🤷♀️🙄
24.চকুপানীৰ মূল্য তেওঁহে বুজি পায় যিয়ে নিস্বাৰ্থ ভাৱে সচাঁ ভাল পাব জানে 🙂🥀
25.WhatsApp-ত কাৰো লগত মেচেজ নকৰি এনেই অনলাইন থাকি ভাল লগা status-বোৰ বাৰে বাৰে চাই থকা মানুহ মই 😇😼
26.মা'ক দেউতাকে সৰুৰে পৰা কষ্টৰে ডাঙৰ দীঘল কৰিছে পুতেকক🙂 ইফালে সি GF ক নাপালে মৰি যাম,পাগল হ'ম গাই ফুৰে 🙄কাণতলীয়া চৰ দিব মন যায়👋😏
27.Kaash
কোনোবাই যদি মই অনলাইন অহালৈ অপেক্ষা কৰিল হেঁতেন 😇
28.ব্ৰেকাপৰ পাছত যে Exক বোৰক Friend হিচাপে ৰাখি চেনি খাবলৈ লাজ নালাগেনে 🤐🙄
29.এজন ল'ৰাৰ ফটোত Love Reacted দিছিলোঁ
তাৰ পাছত ১২ জনী মান ছোৱালী, বোৱাৰীয়ে আহি ক'লে ভন্তি সি মোৰ BoyFriend 🙄😇
30.ধৰা হ'ল মই তোমাৰ মা"ৰ পছন্দ 🙈
তোমাৰ প্ৰথম Emoji হ'ব তোমাৰ Reaction 🤗😉
31.হঠাৎ এদিন এজনৰ লগত ৰিলেশ্ব্যনশ্বিপত আহি বিয়া Fix কৰি ল'ম❣️সকলোৱে দেখি আচৰিত হৈ যাব 😌
32.এদিন শাহুমাৰ লগত মইওঁ ঘৰৰ ওচৰৰ খুড়ী কেইজনীৰ ঘৰলৈ ফুৰিবলৈ যাম 😌💓
33.বিশ্বাস সেইদিনাই ভাঙিছিল
যিদিনা Good Day বিস্কুট খোৱাৰ পাছতো দিনটো বেয়া গৈছিল মোৰ 🤕
34.তুমি মোক বিশ্বাসৰ কথা কোৱা,
হাজাৰ শপত খাই, তোমাক নাপালে মৰি যাম বুলি কোৱা কেইটা, কেইজনীয়ো বৰ্তমান আনৰ লগত জীয়াই আছে 😇🤐
35.সি ভাতত চুলি ওলালে মাকক গালি দি সেই ভাত নাখায় পেলাই দিয়ে,😕
আকৌ তাৰ ওচৰত যদি কোনোবা বোৱাৰী বা ছোৱালী থাকে তেতিয়া সি ক'ব তোমাৰ চুলিখিনি ইমান ধুনীয়া গোন্ধাইছে চাওঁ গোন্ধি 😑😏
কেলা সেইবোৰকেই কয় চেনিৰাম Max pro বুলি😡😹
36.কাৰোবাৰ লগত ফোনত কথা পাতি পাতি হঠাৎ কান্দি দিয়া টাইপৰ মানুহ মই 🤗🥀😥
37.বাস্তৱ সত্য কিছুমান ছোৱালী লগত বন্ধুত্ব ৰখাতকৈ এজন ল'ৰাৰ লগত ৰাখিবা🙂❣️কাৰণ সি তোমাৰ মনৰ কথা লৈ বেলেগৰ আগত কৈ হাঁহি নিদিয়ে অন্তত😊
38. মোৰে হৈ আছিলি মোৰে হৈ থাকিবি বুলি যদি মোকো কোনোবায়ে কোৱা হ'লে 🥺 ❤️
বিদ্যা সদায়ে তাৰে হৈ থাকিলোঁ হেতেন 😌❤️
39.Facebookঅত নিজৰ নামটো অসমীয়াত লিখাটোও
এক সুকীয়া স্বাভিমান..🤗
40.ধনী মানুহ বিছাৰি ফুৰাতকে দুয়ো মিলি ধনী হোৱাৰ আমেজ সুকীয়া✊💞🤗
41.অকল মোকেই troll কৰিব নোৱাৰি গোটেই পৰিয়ালৰ মানুহক সাঙোৰে🤦♀️🤣দম আছে যদি অকল মোকেই troll কৰ 😎
42.যদি H.S মগজুৰে লিখি 3rd division পাইছিলা তেনে মেট্ৰিকত কিয় নকল কৰি 1st Division লেটাৰ সহ পাইছিলা 🙄 বৰ আচৰিত নহ 😌
43.বিশ্বাসনো কাক কৰিবা মেট্ৰিকত 1st Division,লেটাৰ পাইওঁ 🙄H.S 3rd division পাই🤦♀️🤣🤣
44.মই কেইটা বজাত উঠো, কেইটাত গা ধুওঁ ইত্যাদি খৱৰ ৰখা কেইজনী ভৱিষ্যতে আনৰ কথা বদনাম গাই ফুৰা খুৰী হোৱাৰ ট্ৰেনিং কৰি ফুৰিছে চাগে🤦♀️🤣
45.আজি কালি নবৌহতেই ২-৩ বছৰৰ কেঁচুৱা এৰি বেলেগলৈ গুছি যায়!!😒
আৰু Bro তুমি ভাবিছা, তুমি সেন্দুৰ দি থলেই তাই তোমাৰ হব!🤣
46.কিছুমান ছোৱালীয়ে নিজকে বিশ্বসুন্দৰী বুলি মনতে ভাৱে🤦♀️আগতে নিজৰ 💁♀️চেহেৰা কেইটা আইনাত ভাল দৰে চাই ল'বা চোন 😊তাৰ পাছত কবা 🤢
47.ক'ত কেনেকৈ কি ৰিয়েক্ট দিব লাগে নাজানে 🤧 লাইক চতিয়াই ফুৰে তাই আকৌ এতিয়া মিমচৰ ওপৰত ডাঙৰ ডাঙৰ ৰচনা লিখি ফুৰিছে 🙄 কি মানে ধৈ 😂
48.কিছুমান ছোৱালী গাত মাংস নাই কেটেঙী কিন্তু মূখ খন লাওপাত - কচুপাত জুই দিলেও নুপুৰে 🤢🤧
নাম ধৰি কোৱা নাই গাত পাতি নলয় যাতে কোনো 😌
49.না কাৰোবাক পোৱাৰ আশা না কাৰোবাক হেৰুৱাৰ ভয়, মাথোঁ এতিয়া অকলশৰে থাকিয়ে ভাল লাগে কিবা 🥀😊
50.সাহসী বহুত সাহসী,
যি মোৰ মা"ৰ জোৱাই হ'ব 🤷♀️💞
51.ভাগ্যত নথকা জনৰ লগতেহে সচাঁ প্ৰেম হয় 🙂🥀💞
52.মই তোমাৰ Whatsapp DP remove কৰাৰ কাৰণ হ'ব
বিচাৰোঁ🙂
53.ঢেকেৰী মডেল কেইজনী মানৰ কাৰণে 🤢 আমি পেট উলিয়াই videu নবনোৱাকে এনেই বদনামত পৰোঁ 🙄🤧
54.মামা, মাহী, পেহী, বা ঘৰত গ'লে ২দিন থাকিব নোৱাৰোঁ 😑
কিন্তু শহুৰৰ ঘৰত গোটেই জীৱন কেনেকৈ থাকিম ভগৱান তাকেই ভাৱি থাকোঁ 😢
55.তুমি, তই বহুত মাতিলো 😑
এতিয়া আপোনি বুলি মাতিম বুলি ভৱা জনলৈ অপেক্ষা 😌❤️
56.সঁচা পোষ্ট লিখোঁ গাত লাগে বাবে কিছুমানে মোক ব্লক কৰে নহলে unfriend কৰে😎😂আকৌ পাছত নিজেই নিলাজৰ দৰে ব্লক খোলে আৰু frnd rqst পঠাই🤣
57.হঠাৎ যদি মই কেনেবাকে মৰি যাওঁ 🙂 তোমালোকৰ মনৰ অনুভৱ কেনেকুৱা হ'ব 😊
58.Heye you 😌
সুখ-দুখৰ সমভাগী হ'বৰ বাবে তোমাক বিছাৰোঁ 🥺💕
59.যদি তুমি ভূঁই ৰুব গৈ (বোকা) গানটোত Reel বনোৱা নাই তেন্তে তুমি কিহৰ ভূঁই ৰুইছা 🙄😌
60.মোৰ জীৱনৰ এটায়ে সমস্যা, না কাৰোবাক পাহৰিব পাৰো না কাৰোবাৰ লগত কাজিয়া নকৰাকৈ থাকিব পাৰোঁ 🤕🤷♀️😍
61.ভাৱনাত বিলিন হৈ কাৰোবাৰ সন্মূখত নিজৰ দুৰ্বলতাবোৰ কৈ দিয়াটো সকলোতকৈ ডাঙৰ মূৰ্খামী 🌻
62.তাই গোটেই পেট ডাল উলিয়াই নাছি-বাগি videu বনাই ফুৰিছে 🙄কিন্তু মই মিমচত লিখোঁতে অকল তাই বুলিয়ে কোৱা নাছিলোঁ, কিন্তু তাই নিজেই ভাৱি লৈছে তাইক দিছোঁ বুলি পেট উলিয়াই videu বনোৱাৰ troll 🙄
আকৌ মোক কৈছে মই তাই পেট উলিয়াই videu বনোৱাৰ বাবে জ্বলিছো বোলে সেয়ে মোক তাই ব্লক কৰি দিলে 🤣🤣মইওঁ পাৰোঁ গোটেই পেট ডাল উলিয়াই videu বনাব কিন্তু গোটেই পেট ডাল উলিয়াই videu বনাবলৈ তোমালোকৰ দৰে মোৰ সাহস নাই বুজিলা।। 😌
63.নিজেই হাজাৰ দুখ, কষ্টত থাকিও 🥀🙂
আনক সান্তনা, সাহস দিওঁ সুখত আৰু হাঁহি থাকিবলৈ 🙂💔
64.ভাৱিছিলোঁ তেওঁক পাহৰিবৰ বাবে কাৰোবাৰ লগত ৰিলেশ্ব্যনত আহোঁ 🙂
কিন্তু Blr move on কৰিব নোৱাৰি আকৌ আগৰ জেগাত ঘুৰি গুছি আহিলোঁ 💔🥀
65. আপোনাৰ এটা ডাঙৰ ভুল! আপোনাৰ ভালপোৱা, Care বোৰ এনে এজনক প্ৰকাশ কৰি দিয়াটো যিজনে আপোনাক আপোন বুলি নাভাৱেই।
💔
66.~ ফেচবুকত যে তোমালোকৰ ইমান দুখঃ কষ্ট 🙄
~ ঘৰত কথাটো গম পায়নে ? 🤔🤔
67.মনৰ সুখ নাথাকিলে কোনো এটা ৰিলেশ্ব্যনশ্বিপ আগবঢ়াব নোৱাৰি আগলৈ 🙂 🥀
68.নিজেই হাজাৰ জনীৰ জীৱনৰ লগত খেলি 🙂 এতিয়া আকৌ সি বেলেগক Turu lav ৰ ওপৰত জ্ঞান দিব আহে 🤢কাণতলীয়া চৰ দিব মন যায় তেনেকুৱা বোৰক 😏
69.যদি তুমি শুদ্ধ,
প্ৰমাণ কৰাৰ প্ৰয়োজন নাই।
মৌন থকাই শ্ৰেষ্ঠ।🙌
70.Others : My Life My rules🤓
Me : My Life Mom's rule🤒🤧
71.তুমি মাত্ৰ Oii বুলি মেছেজ দিয়া 🥺
বাকি মা"ৰ জোঁৱাই কৰাৰ দায়িত্ব মোৰ 😌❣️
72.তুমি ওখ মই চাপৰ 😌 আমাৰ relationship টো ধুনীয়া হ'ব নহহ॥ 🙈💞
73.জীৱনত এনেকুৱা এজন সংগী বিছাৰোঁ যে যিয়ে মোক পোৱাৰ পাছত বেলেগক পোৱাৰ হাবিয়াস আৰু অনুভৱে কৰিব নোৱাৰে যাতে 😊💌
74.ক্লাছত ছাৰ সোমালে
First bencher - Good morning sir 🙂
Last bencher - আহিলেই কেলা 🙄
75. কেতিয়াবা মাজৰাতি প্ৰিয়জনৰ ফটো চাই কান্দি কান্দি টোপনি যায় পাইছা 🙂🥀😥


0 Comments