
Assamese Motivational Quotes
জীৱনত পাৰিলে
পানীৰ দৰে হ'বলৈ চেষ্টা কৰা,
নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি
ল'ব পাৰিবা।
পাথৰৰ দৰে নহবা আনক উজুতি খোৱাবলৈ।
সকলােতকৈ ডাঙৰ গুৰু মন্ত্র হৈছে,
কেতিয়াও অপুনি আপােনাৰ গােপন ৰহস্য
বেলেগৰ আগত প্রকাশ নকৰি,
নহলে আপােনাক ধংশ কৰি দিব।
কেৱল পইছা পিছত
দৌৰিলেই মহান ব্যক্তি হৈ নাযায়,
মহান ব্যক্তি হ'বলৈ হ'লে ডাঙৰ সপােন
দেখিব লাগিব।
কোনােবাই তেওঁক সােধিছিল
আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী
তথাপিও আপুনি তলত কিয় বহে?
তেতিয়া তেওঁ এটা ঘঁহি মাৰি কৈছিল তলত বহা
মানুহ কেতিয়াও পৰি নাজায়।
Motivational Quotes In Assamese
তােমাৰ জীৱনত যিমানে
সমস্যা আহিব সিমানে তুমি সফলতা
পাই গৈ থাকিবা, কাৰণ সকলাে সমস্যাৰ
লগত এটা সুযােগ লই আহে।
জীৱন যুদ্ধত কেৱল শক্তিশালী
ব্যক্তিয়েহে জয়লাভ নকৰে,
কেতিয়াবা কেতিয়াবা সেইজনেও
জয়লাভ কৰে,
যিজনে ভাবে মই জয় হ'ব পাৰিম।
অসমীয়া Motivation
আমাৰ সকলােতকৈ ডাঙৰ
দূর্বলতা হৈছে, মাজ বাটতে ভাগৰি পৰা।
সফল হােৱাৰ সকলােতকৈ সহজ উপাই
হৈছে আকৌ এবাৰ চেষ্টা কৰা।
Advice Quotes in Assamese
মই সঠিক সিদ্ধান্ত লােৱাটো
বিশ্বাস নকৰোঁ তাতকৈ সিদ্ধান্ত লৈ
সেই কামটোক সঠিক কৰি দিওঁ।
Motivational Quotes In Assamese
যদি আপুনি বহুত ডাঙৰ
সফলতা বিছাৰে, তেনেহলে অসফল
হ'বলৈ প্রস্তুত থাকক,
কাৰণ প্রতিবাৰে অসফল হােৱাৰ পাছত
আপুনি আপুনাৰ ভুল বিলাক শুদ্ধ
কৰিব পাৰিব,
আৰু ভুল বিলাক শুদ্ধ কৰি গৈ থাকিলে
আপুনি এদিন ডাঙৰ সফলতা পাব।
সফলতা আনন্দ
উপভােগ কৰাটো ভাল কথা,
তাতকৈ জৰুৰি আপুনাৰ অসফলতাৰ
পৰা জ্ঞান লােৱাটো।
কোনো ব্যক্তি অসফল
নহয় যেতিয়া তেওঁ হাৰি যায়,
অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি
লয় যে মই জিকিব নোৱাৰিম।
Assamese Motivational Quotes
কোনে বিক্তি
তেওঁৰ কর্ম কাৰনে মহৗন হয,
তেওঁৰ জন্ম কাৰনে নহয়।
পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যক লৈ
উপহাস নকৰিব, কাৰণ
সময়ৰ ইমৗন শক্তি আছে যে
কয়লা টুকুৰী এটীও হীৰালৈ পৰিবর্তন
কৰিব পাৰে।
Motivational Quotes In Assamese
অকলে মৃত্যুবৰণ কৰে,
তেওঁ ভাল আৰু বেয়া কর্মফল
নিজে ভােগ কৰে,
আৰু তেওঁ অকলে স্বর্গ বা নৰকলৈ
যাত্ৰী কৰে।
ভৱিষ্যত একৌৱে নাই।
মুখ ব্যক্তিৰ পৰী বাহ বাহ লোৱতকৈ
জ্ঞানীৰ পৰী গলী শুনাই ভাল।
শিক্ষা সকলোতকৈ ভাল মৃত্র,
এজন শিক্ষিত ব্যক্তিয়ে সকলো
ঠাইতে সন্মান পায়।
Assamese Motivational Quotes
সফলতা পাবলৈ
হ'লে ভাল বন্ধু প্রয়োজন,
তাতকৈ বেছি সফলতা পাবলৈ হ'লে
ভাল শক্র প্রয়ােজন।
ভাগ্য মানে আগৰ জন্মৰ কৰ্মফল,
আৰু কৰ্মই ভাগ্য সলনি কৰিব পাৰে।
গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি
কৰ্ম কৰি যাওঁক এদিন সফলতা
নিশ্চয় আহিব।
অপেক্ষা কৰা সকলে সেইটো পাই।
যিটো চেষ্টা কৰা সকলে
এৰি থয় যায়।
Motivational Status In Assamese
অপেক্ষা নকৰিবা,
তুমি যিমান ভাবিছা তাতকৈ দুগুণ তীব্ৰতাৰে
সংসাৰখন আগবাঢ়ি গৈ আছে।
চেষ্টা ইমান সান্ত হৈকৰা,
যে সফলতা চিঞৰি আহিব।
আনৰ কথা শুনাজনে ভাঙি যায়।
নিজৰ কথা শুনা জনে...
নিজকে গঢ়ি লয়।
Assamese Motivational Shayari
যাৰ যাৰ ওপৰত জগতে হাঁহিছে।
সেই সকলেই ইতিহাস ৰচিছে।
কর্মক্ষেত্ৰত হাৰি যােৱা সকলে
এদিন জয়ী হৈ যায়।
কিন্তু মনৰ পৰা হাৰি যােৱা সকলে
কেতিয়াও জয়ী হ'ব নােৱাৰে।
ভগৱানৰ ভৰসাত ৰৈ নাথাকিবা,
হয়তাে ভগৱান আপােনাৰ
ভৰসাত ৰৈ আছে।
Motivational Quotes In Assamese
মানুহে কয়
পইচা থাকিলেহে কিবা এটা কৰিম।
আৰু পইচাই কয়, কিবা এটা কৰিলেহ
মই তােমাৰ ওচৰলৈ আহিম।
শত্রু বনাবলৈ কাৰাে লগত
যােযিব নালাগে।
সফল হৈ যােৱা উপহাৰত পাবা।
ভৰসা নিজৰ ওপৰত ৰাখিলে
শক্তি বাড়ে।
আৰু আনৰ ওপৰতৰাখিলে
দুর্বলতা বাঢ়ে।
ডাল ভাঙি পৰি যােৱাৰ ভয় নকৰে,
কিয়নাে সিহঁতৰ বিশ্বাস গছৰ ডালত নহয়,
নিজৰ ডেউকাৰ ওপৰতহে থাকে,
সেইদৰে আমিও জীৱন যুদ্ধত
পৰি নাযাবলৈ হলে নিজৰ ওপৰতহে
বিশ্বাস ৰাখিব লাগে,
আনৰ ওপৰত নহয়।

0 Comments